Home ৰাষ্ট্ৰীয়

ৰাষ্ট্ৰীয়

ৰাহুল গান্ধীলৈ আইনী জাননী প্ৰেৰণ নিৰ্বাচন আয়োগৰ

NEWS DESK : কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীলৈ নিৰ্বাচন আয়োগে আইনী জাননী প্ৰেৰণ কৰিছে। গুৰুত্বপূৰ্ণ যে কংগ্ৰেছে আমেঠিত ' অব হোগা ন্যায়" শীৰ্ষক এখন বেনাৰ লগাইছিল। কিন্তু নিৰ্বাচনী আয়োগে জানিব দিয়া মতে এই বেনাৰ খন লগোৱাৰ বাবদ কংগ্ৰেছে নিৰ্বাচন আয়োগৰ অনুমতি লোৱা নাছিল। পিছত  নিৰ্বাচন আয়োগে বেনাৰখনত থাকিবলগীয়া তথ্য বিচাৰিছিল যদিও কংগ্ৰেছ দলৰ সদস্য সকলে সেই সমূহ দেখুৱাই দিবলৈ অসমৰ্থ...

মুলায়েম সিং যাদৱৰ হৈ ভোট ভিক্ষা মায়াৱতীৰ

NATIONAL DESK, NE India : অৱশেষত একেখন মঞ্চতে দেখা গ'ল মায়াৱতী, মুলায়েম সিং যাদৱ আৰু অখিলেশ যাদৱক । শুকুৰবাৰে উত্তৰ প্ৰদেশৰ ম‌ইনপুৰীৰ এক নিৰ্বাচনী সভাত একেলগে দেখা গ'ল তিনিওগৰাকী নেতাক । গুৰুত্বপূৰ্ণ যে, এই নিৰ্বাচনী সভাতে বহুজন সমাজ পাৰ্টিৰ মায়াৱতীয়ে সমাজ পাৰ্টিৰ প্ৰতিস্থাপক মুলায়েম সিং যাদৱৰ হৈ সাধাৰণ জনতাৰ পৰা ভোট ভিক্ষা কৰে ।

শিৱসেনাত যোগদান প্ৰাক্তন কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীৰ

NATIONAL DESK, NE India : অৱশেষত প্ৰিয়ংকা চতুৰ্বেদীয়ে কংগ্ৰেছ ত্যাগ কৰি যোগদান কৰিলে শিৱসেনাত । বৃহস্পতিবাৰে প্ৰিয়ংকা চতুৰ্বেদীয়ে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীলৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে । গুৰুত্বপূৰ্ণ যে, বিগত কিছুদিন ধৰি তেওঁ উত্তৰ প্ৰদেশৰ মথুৰাত আছিল । গুৰুত্বপূৰ্ণ যে, বহু বিতৰ্কিত ৰাফেল চুক্তি সন্দৰ্ভত এক সংবাদ মেল আয়োজন কৰা হৈছিল আৰু তা‍তেই তেওঁৰ দলৰে অৰ্থাৎ কংগ্ৰেছৰ কিছুসংখ্যক...

হাৰ্দিক পেটেলক পূৰ্ণহতীয়া চৰ, আৰঁত কোন !

NATIONAL DESK, NE India : কংগ্ৰেছ নেতা হাৰ্দিক পেটেলে শুকুৰবাৰে গুজৰাটৰ সুৰেন্দ্ৰনগৰত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল । কিন্তু আচম্বিতে এজন লোকে মঞ্চৰ ওচৰলৈ উঠি আহে আৰু হাৰ্দিকৰ গালত চৰ শোধায় । পিছত হাৰ্দিকৰ সমৰ্থকে লোকজনক আটক কৰি উত্তম-মাধ্যম শোধায় । পিছত আৰক্ষীয়ে লোকজনক আটক কৰি গণৰোষৰ পৰা বচায় । ঘটনা সন্দৰ্ভত হাৰ্দিক পেটেলে কয় যে, বিজেপি চৰকাৰে...

ভুলকৈ ভোট দি নিজৰ‌ আঙুলি কাটিলে ইউপিৰ যুৱকে

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক অদ্ভূত ঘটনা । ইভিএমত ভুলতে বিজেপিকে ভোট দিছে । এই অনুতাপত নিজৰ আঙুলি কাটিলে বহুজন সমাজ পার্টিৰ এজন কট্টৰ সমর্থকে । বৃহস্পতিবাৰে এই অদ্ভূত ঘটনাটো সংঘটিত হৈছে উত্তৰ প্রদেশৰ বুলন্দচহৰ জিলাৰ শিকাৰপুৰত । অনেক উৎসাহত হালচানা গাঁৱৰ ভোটকেন্দ্ৰত উত্তৰ প্রদেশৰ যুৱক পৱন কুমাৰে ভোট দিবলৈ গৈছিল । কিন্তু ইভিএম-এ হাতী চাপৰ বুটামত চাপ দিয়াৰ...

বন্ধ হৈ পৰিল জেট এয়াৰৱেজৰ বিমান সেৱা

NATIONAL DESK, NE India : বুধবাৰে নিশাৰ পৰা বন্ধ হৈ পৰে জেট এয়াৰৱেজৰ সকলো কাম-কাজ । জানিব পৰা মতে জেট এয়াৰৱেজে বেংকৰ পৰা ৪০০ কোটি ‌‌ ঋণৰ বাবে আৱেদন কৰিছিল যদিও বেংকে এই ঋণ দিবলৈ অমান্তি হয় । লক্ষণীয় যে, ২৫ বছৰীয়া এই পুৰণি এয়াৰলাইন কোম্পানীটোৰ ওপৰত প্ৰায় ৮ হাজাৰ কোটিৰো অধিক ঋণ আছে আৰু সেইবাবে বেংকসমূহে জেট এয়াৰৱেজক...

প্ৰকৃতিৰ শেন দৃষ্টিত মৃত্যুৰ কিৰিলি ! পুনৰ সন্ত্ৰাস সৃষ্টি কৰাৰ সম্ভাৱনা

NATIONAL DESK, NE INDIA : দেশৰ কেইবাখনো চহৰত সন্ত্ৰাসৰ সৃষ্টি কৰিলে । দেশৰ প্ৰায় ভাগ চহৰত দ্ৰুতবেগত অহা ধুমুহা তথা বৰষুণে চলালে তাণ্ডৱ । ৰাজস্থানত ধুমুহাৰ ফলত ৯ জন লোকৰ প্ৰাণহানি হয় । মধ্যপ্ৰদেশত ধুমুহাৰ তাণ্ডৱৰ ফলত প্ৰাণ গ'ল ১৩ জন লোকৰ । সমগ্ৰ দেশত মুঠ ২৮ জন লোকে প্ৰাণ হেৰুৱালে এই ধুমুহাত । উল্লেখ্য যে, বতৰ বিভাগে জনোৱা...

Prime minister is a untruthful person : Navjot Singh Siddhu

India's Prime Minister Narendra Modi is untruthful person. Everywhere Modi told about Development, but this Development is only for his special person. Friday Morning in a Congress meeting former Cricketer, politician and Cabinet Minister of Punjab Navjit Singh Sidhu said that. He urged the people to oust Prime Minister Narendra Modi otherwise the country will get destroyed. Sidhu also...

বিয়লি ৩ বজালৈ সৰ্বোচ্চ ভোটদানৰ হাৰেৰে শীৰ্ষত অসম

NATIONAL DESK, NE INDIA : বৃহস্পতিবাৰে সম্পন্ন হয় প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । বিয়লি ৩ বজালৈ উত্তৰ প্ৰদেশৰ ভোটদানৰ হাৰ ৫০.০৯%, টেলেংগানাত ৪৯ %, ছত্তিশগড়ত ৪৪ % আৰু বিহাৰত ভোটদানৰ হাৰ ৩ বজালৈ ৪১.৭ শতাংশ হোৱাৰ বিপৰীতে অসমত ভোটদানৰ হাৰ ৫৯.৫% । গুৰুত্বপূৰ্ণ যে, বিয়লি ৩ বজালৈ অসমত সৰ্বোচ্চ ভোটদানেৰে তালিকাৰ শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হয় ।

ভোটগ্ৰহণ কেন্দ্ৰত ৰাজনৈতিক নেতাক আক্ৰমণ

NATIONAL DESK, NE INDIA : বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । সমগ্ৰ ভাৰতবৰ্ষৰ ২০ খন ৰাজ্যৰ ৯১ টা লোকসভা সমষ্টিৰ ১২৭৯ জন প্ৰাৰ্থীৰ  ভাগ্য নিৰ্মাণ হয় । গুৰুত্বপূৰ্ণ যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত কেইটামান ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হয় বিক্ষিপ্ত ঘটনা । উল্লেখ্য যে, টি ডি পিৰ নেতা কোডেলা শিৱপ্ৰসাদ ৰাওক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যোৱাৰ সময়ত অচিনাক্ত...