Home ৰাজ্য নর্থইস্ট

নর্থইস্ট

ভূমিকম্পই জোকাৰি গ’ল উত্তৰ-পূৱক

বৃহস্পতিবাৰে দিনৰ প্ৰায় ১.১৬ বজাত মৃদু ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য অসমৰ লগতে নাগালেণ্ড আৰু মণিপুৰকো জোৰাকি গ'ল ভূমিকম্পই ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৫.২ ভূমিকম্পৰ অভিকেন্দ্ৰ মণিপুৰৰ সেনাপতি জিলা বুলি জানিব পৰা গৈছে ভূমিকম্পৰ ফলত কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে

Dima Hasao District Congress Committee released manifesto of INC in Haflong

Dima Hasao District Congress Committee released manifesto of INC Wednesday in Rajiv Bhavan in Haflong, Dima Hsaso. On the occasion Nirmal Langthsas, President (DHDCC), Daniel Lnagthasa, Elected Congress MAC of NCHAC and other Sr leader of party were present. During the release it emphasize  and promised to restore ‘special category’ status to the Northeastern states, withdraw the controversial Citizenship (Amendment)...

অৰুণাচলত প্ৰায় ৫০০ NPP, কংগ্ৰেছ কৰ্মকৰ্তাৰ বিজেপিত যোগদান

NEWS DESK, NE INDIA: দেশত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত । পিছপৰি থকা নাই পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ । অৰুণাচল প্ৰদেশৰ পূব সংসদীয় সমষ্টিৰ লেকাংগ, বৰডুমছা আৰু নামছাই বিধান সভা সমষ্টিত এইবাৰ আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ । বিগত সময়ত স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা-নকৰাক লৈ উত্তপ্ত হৈছিল এই তিনিটা সমষ্টি। কিন্তু শনিবাৰে নিশা অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীৰ উপস্থিতিত এন...

মোৰ জয় ১০০ শতাংশই নিশ্চিত : সুস্মিতা দেৱ

সোমবাৰে ২ নম্বৰ শিলচৰ লোকসভা আসনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী সুস্মিতা দেৱে মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিল কৰি কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত আগন্তুক নিৰ্বাচন তেওঁ জয় ১০০ শতাংশই নিশ্চিত বুলি মন্তব্য কৰে । তদুপৰি তেওঁ বৰ্তমানৰ শাসনাধিস্থ চৰকাৰ খনক সমালোচনা কৰি কয় যে, বিজপি চৰকাৰ বিফল হৈছে । আগন্তুক নিৰ্বাচনত বিজেপিৰ পৰাজয় নিশ্চিত । লগতে...

কয়লা চিন্ডিকেটক লৈ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিধায়ক আনোৱাৰৰ 

কাছাৰৰ মালিডহৰৰে অবৈধ কয়লাৰ গাড়ী সমুহ বৰাক উপত্যকাত প্রৱেশ কৰাৰ আৰঁ‌ৰ  মূল শক্তি হল আৰক্ষী। এই বিস্ফোৰক মন্তব্য কৰিছে মধ্য হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুচেইন লস্কৰৰ। এক ভিডিও বার্তাৰে আনোৱাৰে এই গুৰুতৰ অভিযোগ কৰি উত্থাপন কৰি বিধায়ক আনোৱাৰ হুচেইন লস্কৰে কয় যে, চিন্ডিকেটত জড়িত থকা লোক সকলৰ সৈতে কাছাৰ আৰক্ষীৰ সৌহাদ্য পুৰ্ণ সম্পৰ্ক । আনোৱাৰ হুচেইন লস্কৰে আৰু কি কি...

CPJ to organise to Digital Safety workshops

  The Committee to Protect Journalists (CPJ) is organising workshops on ‘Safety Kit for journalists covering the elections’ in Guwahati, Imphal and Agartala press clubs. To be organized in Guwahati on March 27, in Imphal on March 29 and in Agartala on March 31, the workshops will include distribution of CPJ Election Safety kit. CPJ's Emergencies Response Team (ERT) has compiled a Safety Kit for journalists...

ৰিজিজু বনাম নাবাম তুকী

NEWS DESK, NE INDIA : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অৰুণাচলৰ পশ্চিম লোকসভা সমষ্টিৰ পৰা বিজেপিৰ নেতা তথা কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৰ বিপৰীতে কংগ্ৰেছে অৰুণাচলৰ পূৰ্ব মুখ্যমন্ত্ৰী নাবাম তুকীক নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । উল্লেখ্য যে কিৰেণ ৰিজিজুয়ে অৰুণাচলৰ পশ্চিম লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে । সেয়ে কংগ্ৰেছে শনিবাৰৰ নিশা আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ২৭ প্ৰাৰ্থীৰ...

পেমা খাণ্ডুৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

NEWS DESK, NE INDIA: নিৰ্বাচনৰ পূৰ্বে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন হোৱা এক অভিযোগে ৰাজনৈতিক মহলত তীব্র খলকনিৰ সৃষ্টি কৰিছে । অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমাখাণ্ডুৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে । আনহাতে উচ্চতম ন্যায়ালয়ে নিৰ্যাতিতা যুৱতী গৰাকীৰ আবেদন গ্ৰহণ কৰিছে । উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় মহিলা আয়োগতো যুৱতী গৰাকীয়ে পেমা খাণ্ডুৰ বিৰুদ্ধে গোচৰ...

“Best North East Woman Entrepreneur award 2019” to Kim Sarma Hmar

Kim Sarma Hmar lady from Haflong Dima Hasao ,Assam, N E India was felicitated and awarded "Best North East Woman Entrepreneur award 2019" on the auspicious occasion of  ‘International Women’s Day’ organized by the Anuprerona at Hotel Nivedan, Guwahati on 8th March’2019. In recognition to her decade long dedicated services to cause of society and active participation in projects of...

CMPDI to prepare action plan to re-start coal mining in Meghalaya

 Governor Tathagatha Roy on Friday informed that an action plan has been prepared by the Central Mine Planning and Design Institute (CMPDI), Ranchi to start coal mining in the state. “The Government has framed guidelines for coal mining and an action plan has been prepared by the CMPDI, Ranchi to start coal mining in line with the direction of NGT,”...