অবৈধ পাৰ্কিংৰ বাবে যাঁ‌নজট 

    অবৈধ পাৰ্কিংৰ বাবে যাঁ‌নজট নৰ্থ বঙাইগাওঁ‌ত অৱস্থিত লৱাৰ আচাম হস্পিটলৰ সন্মুখভাগৰ এক চিৰ পৰিচিত দৃশ্য , পাৰ্কিং ৰ কোনো উপযুক্ত ব্যৱস্থা নোহোৱাত সেই পথেৰে চলাচলত সাধাৰণ ৰাইজে জীয়াতু ভুগিব লগা অৱস্থা হৈছে । হস্পিটললৈ ৰোগী অনা গাড়ী , এম্বুলেঞ্চ , ব্যক্তিগত গাড়ী আদিয়ে সন্মুখৰ পথচোৱাত যধে মধে পাৰ্কিং কৰি অহাত ভয়ানক যাঁ‌নজটৰ সৃষ্টি হয় । ডাবল পাৰ্কিং নকৰিবলৈ ফলক লগোৱা...

ভুৱা পি এইচ ডি ডিগ্ৰী ধাৰী সকল সাৱধান হ’বৰ হ’ল

    News desk ne india  শিক্ষা বিভাগক কলংকৃত কৰা ভুৱা পি এইচ ডি ডিগ্ৰী ধাৰী সকল সাৱধান হ’বৰ হ’ল ৷  ভুৱা পি এইচ ডি ডিগ্ৰী ধাৰী সকলৰ ওপৰত চকু ৰাখিব বিধান সভাই গঠন কৰি দিয়া বিশেষ তদন্ত কমিটীয়ে ৷ উপযুক্ত প্ৰমাণৰ ভিত্তিত ভুৱা পি এইচ ডি ডিগ্ৰী ধাৰী সকল সন্মুখীন হ’ব লাগিব শাস্তিৰ ৷ এই কথা ঘোষণা কৰে পিটিশ্যন কমিটীৰ...

মাছৰ বজাৰত বৰবিহ

    মাছৰ বজাৰত বৰবিহ news desk ne india মাছৰ নামত গুৱাহাটী মহানগৰীৰ মানুহে খাইছে বৰবিহ ৷কাৰণ গুৱাহাটীৰ মাছৰ বজাৰত খাদ্য সুৰক্ষা বিভাগে পাইছে মৃতদেহত ব্যৱহাৰ কৰা ফৰ্মেলিনৰ অৱস্থিতি ৷ মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিতিত লখৰাৰ খাদ্য সুৰক্ষা বিভাগে সংগ্ৰহ কৰিছিল এই নমুনা ৷গতিকে এতিয়া গুৱাহাটীত চালনী মাছৰ বিক্ৰী বন্ধ হোৱাৰ সম্ভাৱনা অত্যাধিক হৈ পৰিছে ৷নগৰ উন্নয়ন আৰু স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰীৰ উপস্থিতিত গুৱাহাটী...

শ্বিলঙত অপ্ৰীতিকৰ ঘটনা

    শ্বিলঙত অপ্ৰীতিকৰ ঘটনা  News desk ne india : শ্বিলঙত সংঘটিত হৈছে অপ্ৰীতিকৰ পৰিস্থিতি ৷ শ্বিলঙৰ লুছুমেয়িৰলৈ নিক্ষেপ কৰিছে পেট্ৰ’ল বোমা ৷সম্প্ৰতি কোনে কি কাৰণত পেট্ৰ’ল বোমা নিক্ষেপ কৰিছে তাৰ কাৰণ জানিব পৰা হোৱা নাই ৷উল্লেখযোগ্য যে শ্বিলঙত আৰম্ভ হ’ল ৬৭সংখ্যক এন ই চিৰ বৈঠক ৷ এই বৈঠকত ভাগ লবলৈ আহি কালিৰে পৰা বাহৰ পাতি আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং...

তেজপুৰৰ সামৰিক বিমান ঘাটিত উত্তেজনা

    তেজপুৰৰ সামৰিক বিমান ঘাটিত উত্তেজনা News desk Ne India তেজপুৰৰ সামৰিক বিমান ঘাটিত আৰক্ষী আৰু শ্ৰমিকৰ মাজত হোৱা সংঘাতৰ ফলত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।অভিযোগ অনুসৰি বায়ুসেনা আৰক্ষী কপোল পিল্লেই প্ৰভাত কুমাৰ নামৰ শ্ৰমিক জনক মাৰপিট কৰাৰ লগতে কেইবাজনো শ্ৰমিকক অপদস্থ কৰাৰ ফলত এই সংঘৰ্ষ সূত্ৰপাত হয়।অভিযুক্ত কপোল পিল্লেই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকলৈও চোচাঁ লৈছিল বুলি অভিযোগ উত্থাপিত হৈছে।বৰ্তমান আৰক্ষীয়ে...

মোবাইল ব্লাষ্ট হৈ আহত হাতিগাওঁ‌ৰ ব্যৱসায়ী

    মোবাইল ব্লাষ্ট হৈ আহত হাতিগাওঁ‌ৰ ব্যৱসায়ী হাতীগাওঁ‌ থানাৰ পৰা প্ৰায় ১০০ মিটাৰ দুৰত্বত চাঞ্চল্যকৰ ঘটনা  । মোবাইল ব্লাষ্ট হৈ  ব্যৱসায়ী পুতুল আহমেদ আহত হৈছে । দোকান বন্ধ কৰি ঘৰলৈ ওভতিছিল ব্যৱসায়ী জন । গুৰুতৰ ভাৱে আহত ব্যৱসায়ী গৰাকীক দিছপুৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

৩ নাইজেৰিয়ান নাগৰিক আটক

    ৩ নাইজেৰিয়ান নাগৰিক আটক বাংলাদেশৰ কুমিল্লাৰ চৌধগ্ৰাম সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰবেশ ৰ সময়ত আটক হল তিনি নাইজেৰিয়ান নাগৰিক । বিজিবি ৰ ১০ নং বৰ্ডাৰ গাৰ্ড বেটেলিয়ানে চৌধগ্ৰাম অঞ্চলৰ আমানগণ্ডা সীমান্তৰ বীৰচন্দ্ৰনগৰৰ পৰা আটক কৰে এই লোক কেইজনক । চৌধগ্ৰাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিযয়া আবুল ফয়সলে তিনি নাইজেৰিয়ান আটক কৰা কথা নিশ্চিত কৰিছে । আৰক্ষী সুত্ৰৰ মতে , আটক ব্যক্তি কেইগৰাকীয়ে...

দিপা কৰ্মকাৰক ত্ৰিপুৰাৰ ব্ৰেণ্ড এম্বেচডাৰ কৰাৰ প্ৰস্তাৱ

    দিপা কৰ্মকাৰক ত্ৰিপুৰাৰ ব্ৰেণ্ড এম্বেচডাৰ কৰাৰ প্ৰস্তাৱ ফেডাৰেচন অৱ ইন্টাৰনেচনেল জিমনাষ্টিক (FIG) ত সোণৰ পদক জয়েৰে ভাৰত তথা উত্তৰ পুৱলৈ সন্মান কঢ়িয়াই অনা ত্ৰিপুৰাৰ জীয়ৰী দিপা কৰ্মকাৰক লৈ ত্ৰিপুৰাবাসী গৌৰাম্বিত হৈ পৰিছে । শাসকীয় বিজেপিৰ ৰাজ্যিক সমিতিয়ে চৰকাৰৰ ওচৰত প্ৰস্থাৱ ৰাখিছে , তুৰ্কীৰ মাৰ্চিন ত সোণৰ পদক লাভেৰে ত্ৰিপুৰালৈ সন্মান কঢ়িয়াই অনা দিপা কৰ্মকাৰক ব্ৰেণ্ড এম্বেচাডৰ কৰক । বিপ্লৱ চৰকাৰৰ কেবিনেটে...

ত্ৰিপুৰাত আটক হল ৰোহিংগা দম্পত্তি

    ত্ৰিপুৰাত আটক হল ৰোহিংগা দম্পত্তি ত্ৰিপুৰাৰ ধৰ্মনগৰ ৰ ৰাগনাত আটক হল সন্দেহজনক এহাল ৰোহিংগা স্বামী স্ত্ৰী । সীমান্ত সুৰক্ষা বাহিনীৰ হাতত আটক হোৱা দম্পত্তি হালে কিন্ত নিজকে বাংলাদেশী নাগৰিক বুলিহে পৰিচয় দিছে । জেৰাৰ সময়ত স্বামী স্ত্ৰীয়ে বেংগালোৰৰ পৰা অসম হৈ ৰাগনা সিমান্তৰে বাংলাদেশলৈ যোৱা কথা আছিল । ৩২ বৰ্ষীয় মোহম্মদ খালেক আৰু ২৭ বৰ্ষীয় ৰাবি সুলতানাই জেৰাৰ সময়ত স্বীকাৰ...

স্বাস্থ্যকৰ্মী ও সুৰক্ষিত নহয় চৰকাৰী চিকিৎসালয়ত

    স্বাস্থ্যকৰ্মী ও সুৰক্ষিত নহয় চৰকাৰী চিকিৎসালয়ত শিলচৰ সতিন্দ্ৰ মোহন দেৱ চিভিল হস্পিটলত পুনৰ প্ৰাণ হানি ঘটনা সংঘটিত হল । সাধাৰণ নাগৰিকে নহয় ,এইবাৰ জীৱন হেৰুৱালে এগৰাকী GNM নাৰ্চে । প্ৰয়াত GNM নাৰ্চ সীমা ৰাণি সিনহা ভগতপুৰ কালিঞ্জাৰৰ বাসিন্দা আছিল। চাকৰিসুত্ৰে বাস কৰিছিল বৰখলাত । যোৱা শনিবাৰে চিভিল হস্পিটলত ভৰ্তি হৈছিল সিনহা । হস্পিটলত কণ্যা সন্তান এটি প্ৰসৱ কৰাৰ পিচতেই সীমা ৰাণী...