তৰুণ গগৈৰ বাবে বৰাকলৈ ৰেলসেৱা সম্প্ৰসাৰিত নহল ! সংবাদ মেলত মন্তব্য বিজেপি নেতাৰ

তৰুণ গগৈৰ বাবে বৰাকলৈ ৰেলসেৱা সম্প্ৰসাৰিত নহল ! সংবাদ মেলত মন্তব্য বিজেপি নেতাৰ পৃথক বৰাকৰ দাবীৰে চৰ্চালৈ অহা বৰাকৰ বিজেপি নেতা  প্ৰদীপ দত্ত ৰায়ে  শনিবাৰে অনুষ্টিত সংবাদিকেৰে হোৱা বাৰ্তালাপত তাৎপৰ্যপুৰ্ণ মন্তব্য আগবঢ়াই । আলফা নেতা মৃণাল হাজৰিকা আৰু অনুপ চেতিয়াৰে হোৱা টেলিফোনিক বাৰ্তালাপৰ বিযয়টো ডাঙি ধৰি কয় যে , আলফা নেতা জীতেন দত্তৰ ভাষ্য খিলঞ্জীয়া ঐক্য মঞ্চৰ নহয় । এয়া...

লিডুত বিধ্বংসী অগ্নিকাণ্ড

    লিডুত বিধ্বংসী অগ্নিকাণ্ড https://youtu.be/s4MnWLtNzxw?t=4 তিনিচুকীয়া জিলাৰ লিডুত নিশা প্ৰায় ১ বজাত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড । বেতাব নামৰ কয়লা ব্যৱসায়ী এজনৰ ঘৰটো হঠাতে দাওদাওকৈ জ্বলি উঠে । কিছু সময়ৰ পাছতে অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হৈ অপ্নি নিৰ্বাপনৰ চেষ্টা কৰে যদিওঁ ইতিমধ্যে ঘৰটো প্ৰায় জ্বলী ভস্মীভূত হয় । অগ্নি কাণ্ডৰ সময়ত ঘৰত ঘৰটোত লোক নথকা বাবে কোনো লোকৰ প্ৰাণ হানি...

টীয়কত মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ চেক্  বিতৰণ

টীয়কত মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ চেক্  বিতৰণ অটল অমৃত যোজনাৰ দৰে স্বাস্থ্য বিভাগৰ  অভিলাসী আঁচনি কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশবাসীৰ বাবে  মুকলি  কৰাৰ পাছৰে পৰা দৰিদ্ৰ  জনসাধাৰণৰ জীৱনত এক উল্লেখনীয়  সহায়ক হৈছে । তাৰোপৰি ৰাজ্যত মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ সাহাৰ্য্য পুঁজিৰ পৰা বহু সময়ত  বহু দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত  আগবঢ়াই অহাৰ পৰিলক্ষিত হৈছে।  তেনে এক সাহাৰ্য্য হিচাপে অলপতে  ১০২ নং টীয়ক বিধান সভা ...

কৰিমগঞ্জত ৰথ যাত্ৰা 

    কৰিমগঞ্জত ৰথ যাত্ৰা  পবিত্ৰ ৰথ যাত্ৰা উপলক্ষে বৰাক উপত্যকাৰ বিভিন্ন অঞ্চলৰ লগতে কৰিমগঞ্জৰ বিভিন্ন অঞ্চল ৰথ যাত্ৰ উলিওৱা হয় । শনিবাৰে অনুষ্টিত ৰথ যাত্ৰা উৎসৱত সকলো স্থৰৰ লোকে অংশগ্ৰহণ কৰে । তাৎপৰ্যপুৰ্ণ যে , পবিত্ৰ এই ৰথ যাত্ৰা উৎসৱত প্ৰশাসনৰ লোক সকলেও অংশগ্ৰহণ কৰে । কৰিমগঞ্জত উলিওৱা ৰথ যাত্ৰাত এগৰাকী আৰক্ষী বিযয়াও ৰথ ৰচি টানিলে ।     (ৰাম চক্ৰৱৰ্তী , কৰিমগঞ্জ Ne india)

জৰাজীৰ্ণ পথত ভুইৰুই প্ৰতিবাদ গঞাৰ 

    জৰাজীৰ্ণ পথত ভুইৰুই প্ৰতিবাদ গঞাৰ  ৰাইজে গাঠিৰ ধনেৰে নিৰ্মাণ কৰিলে পথ দৰঙৰ দলগাঁও সমষ্টিৰ ১৫ নং ৰাষ্ট্ৰীয়  ঘাইপথৰ পৰা মণ্ডলপাৰা- গদাইঝাৰ গাঁৱলৈ যোৱা পথচোৱা কৃষক সকলৰ অতিশয় গুৰুত্বপূৰ্ণ এটি  পথ ।খাৰুপেটীয়াৰ নিকটবৰ্তী  কৃষিপ্ৰধান  গাও দুখনৰ কৃষকৰ একমাত্ৰ পথচোৱাত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈ জৰাজীৰ্ণ ৰূপ লোৱাত দীৰ্ঘদিন ধৰি  যাতায়তৰ  অনুপযোগী হৈ পৰে ।  ৰাইজৰ ভোটেৰে নিৰ্বাচিত  পঞ্চায়ত প্ৰতিনিধি তথা  মন্ত্ৰী বিধায়ক...

কোন দিশে আগবাঢ়িছে যুৱ প্ৰজন্ম …

    কোন দিশে আগবাঢ়িছে যুৱ প্ৰজন্ম ... news desk Ne india : শনিবাৰৰ ঘটনা । স্থান দীপৰ বিল । মহানগৰীৰ উৎকট গৰমৰ পৰা গা জুৰ পেলাবলৈ মানুহে ভীৰ কৰিছে দীপৰ বিলৰ পাৰ । কণ কণ শিশুৰ পৰা ডেকা গাভৰু বয়সস্থ জনলৈ সকলোৱে সেৱন কৰিছে মুকলি বতাহ । দীপৰ বিলৰ নৈসৰ্গিক ৰুপে যেন মতলীয়া কৰিছে সকলোকে । কিন্ত হঠাৎ ঘটিল অঘটন । দুজনী...

মাছ ব্যৱসায়ী সকলৰ সৈতে বৈঠক মন্ত্ৰী পিযুষ হাজৰিকাৰ

    মাছ ব্যৱসায়ী সকলৰ সৈতে বৈঠক মন্ত্ৰী পিযুষ হাজৰিকাৰ news desk ne india শেহতীয়াকৈ চালনী মাছত ফৰ্মলিনৰ উপস্থিতি প্ৰমাণৰ পিছত অধিক সৰৱ হৈ উঠিছে মন্ত্ৰী পিযুষ হাজৰিকা ৷ এই সন্দৰ্ভত অন্ধ্ৰ প্ৰদেশৰ ব্যৱসায়ী সকলৰ লগত এক আলোচনাত মিলিত হয় মন্ত্ৰী গৰাকী ৷ আলোচনাৰ অন্তত মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে অন্ধ্ৰ প্ৰদেশৰ পৰা অনা মাছত ফৰ্মেলিন নাই ৷ অন্যহাতে মন্ত্ৰী গৰাকীক অন্ধ্ৰ প্ৰদেশৰ...

টীয়কৰ মাছৰ বজাৰতো চালানী মাছ বন্ধৰ প্ৰভাৱ

    টীয়কৰ মাছৰ বজাৰতো চালানী মাছ বন্ধৰ প্ৰভাৱ টীয়কৰ পৰা ৰূপকজ্যোতি বৰা,টীয়ক।। ১৪ জুলাই : ৰাজ্যজুৰি ১০দিনৰ বাবে চালানী মাছ বিক্ৰীত অসম চৰকাৰে নিষেধাজ্ঞা জাৰি কৰাৰ পাছত ৰাজ্যৰ খুচুৰা মাছ বিক্ৰী কৰা সকলৰ জীৱনলৈ দুৰ্যোগ নামি আহিছে । চালানী মাছ সমূহত মানবদেহৰ বাবে ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্যৰ অবস্হিতি প্ৰমানিত হোৱাৰ পাছত ৰাজ্য চৰকাৰে ততাতৈয়াকৈ লোৱা এই সিদ্ধান্তক টীয়কৰ খুচুৰা মাছ ব্যবসায়ী সকলে...

হাইলাকান্দিত বিধ্বংসী অগ্নিকাণ্ড

    হাইলাকান্দিত বিধ্বংসী অগ্নিকাণ্ড বৃহস্পতিবাৰে নিশা হাইলাকান্দিৰ পাঁ‌চগ্ৰামত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হল । নিশা প্ৰায় ৭ বজাত সংঘটিত অগ্নিকাণ্ডত জাহ গল তিনিটা মটৰ গেৰেজ । টাউন হাইস্কুলত সংলগ্ন অঞ্চলত ঘটা অগ্নিকাণ্ড সন্ধৰ্ভত প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে অগ্নিকাণ্ডৰ সময়ত কেবাটাও গেছ চিলিণ্ডাৰো বিসফোৰিত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰাত যদিও আন দোকান সমুহ ভষ্মিভুত হোৱাৰ পৰা ৰক্ষা পৰে , তথাপি কিন্ত গেৰেজ তিনিটা ৰক্ষা...

লোকেল মাছৰ প্ৰতি কিলোৰ দাম পালেগৈ ৫০০ পৰা ১০০০ টকা পৰ্যন্ত

    বন্ধ হল চালানী মাছৰ বিক্ৰী লোকেল মাছৰ প্ৰতি কিলোৰ দাম পালেগৈ ৫০০ পৰা ১০০০ টকা পৰ্যন্ত গ্ৰাহকৰ মাজত হাহাকাৰ  বহিঃৰাজ্যৰ পৰা অহা বিষাক্ত ফৰ্মেলিন যুক্ত চালালী মাছ ৰাজ্য চৰকাৰে দহদিনৰ বাবে বিক্ৰী বন্ধ কৰাৰ পিছতেই হাহাকাৰ লাগিছে ক্ৰেতা বিক্ৰেতাৰ মাজত । ফলত চালানী মাছৰ অভাবত বৃদ্ধি পালে লোকেল মাছৰ দাম । দৰঙৰ ব্যৱসায়িক নগৰ খাৰুপেটীয়াৰ পাইকাৰী মাছ বজাৰত যোৱা সপ্তাহত বিক্ৰি...