অসম মেঘালয় সীমান্তৰ লোহাৰঘাটত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

দেশৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযান উঠিছে তুংগত । ৭ নং গুৱাহাটী লোকসভা সমষ্টীৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্য মন্ত্ৰী ড° হিমন্ত শৰ্মা শনিবাৰে দিনৰ ১;৩০ বজাত উপস্থিত হয় অসম মেঘালয় সীমান্তৰ বৰদুৱাৰ মৌজাৰ অন্তৰ্গত বৃহত্তৰ লোহাৰঘাট অঞ্চলৰ এক বিশাল জনসভাত । হিমন্তই সভাত অংশগ্ৰহণ কৰি কয় যে- ২০১৪...

কাটিগড়া সমষ্টিৰ গোবিন্দপুৰ এক পথ দুর্ঘটনাত আহত হয় পাঁচ শিক্ষাৰ্থী

শনিবাৰে বিদ্যালয়লৈ যোৱাৰ পথত এই পথ দুর্ঘটনাত সৰস্বতী বিদ্যানিকেতনৰ পাঁচ ছাত্র ছাত্রী আহত হয়। উল্লেখ্য যে, পিয়াগো অটো চালকৰ গাফিলতিতে এই দুর্ঘটনা সংঘটিত হয়। জনা গৈছে, ঘাতক এএচ১১এচি ৫৩৬৩ নম্বৰৰ পিয়াগো অটোখন দ্রুত গতিত আগবাঢ়িছিল। সেইসময়তে অন্য এখন অটোক ওভাৰটেক কৰিবলৈ গৈ নিয়ন্ত্রণ হেৰুৱাই পেলায়। অটোখন পথৰ সমীপৰ খেতি পথাৰত উলটি পৰে। গোবিন্দপুৰৰ জহৰলাল দাসৰ পুত্র নেনি দাস এই...

স্বাস্থ্য খণ্ডত কি চলিছে?? উন্নয়ন হৈছে নে প্ৰকৃততে ???

 ৰাজ্যৰ স্বাবিভাগৰ উন্নয়নৰ কথা সততে কৈ ফুৰা চৰকাৰ খনৰ স্বাস্থ্য বিভাগটো প্ৰকৃততে কি ঘটিছে ? গাঁৱৰ বা চাহ বাগিচাৰ ৰোগীয়ে কেনেদৰে চিকিৎসালয়লৈ আহিব লগা হৈছে সেই কথা খবৰ লবলৈ আহৰি নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ ৰাজনীতিত ব্যস্ত মন্ত্ৰীৰ বিভাগত এম্বুলেঞ্চৰ অভাৱত এস্থ্য তিয়া মানুহে ঠেলাত ৰোগী কঢ়িয়াব লগা হৈছে৷ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিভাগটোৰ কথা সৰ্বানন্দ সোণোৱাল...

মোহভংগ ! আলফা স্বাধীনক মোক্ষম আঘাত দি মুলসুতি ওভতিল এজন

ইটোৰ পিছত সিটো বিপদে লগ দিছে আলফাক। শেহতীয়াকৈ আলফা ত্যাগৰ ধুম উঠিছে সদস্য সকলৰ মাজত। পুনৰ এজন সদস্য আলফা ত্যাগৰ খবৰ পোহৰলৈ আহিছে। তথ্য অনুসৰি ম্যানমাৰৰ শিবিৰ ত্যাগ লেফটেনেণ্ট উদগীৰণ অসমৰ। অৰুণাচলত আত্মসমৰ্পণ উদগীৰণ অসমৰ। আলফাৰ মুখ্য কাৰ্যালয়ৰ ষ্টাফ অফিচাৰ হিচাপে কৰ্তব্যৰত আছিল উদগীৰণ।উদগীৰণ অসমৰ ঘৰ নলবাৰী জিলাত বুলি জানিব পৰা গৈছে। অৰুণাচলৰ লাজু আৰক্ষীৰ সীমান্ত পৰীক্ষণ চকীত আত্মসমৰ্পণ উদগীৰণৰ। অৰুণাচল...

সোণাৰিত চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ বিহু সন্মিলনৰ আয়োজন 

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ২ আৰু ৩ মে ত চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত,  সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ  আৰু সোণাৰিবাসীৰ সহযোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনৰ কাৰ্যসূচী অনুসৰি ২ মেৰ পূৱা বিহু পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি দেবেন বৰুৱা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ...

“ডি” ভোটাৰৰ পৰা মুক্ত হলেও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে বিশ্বজিৎ দেৱে

২০১৯ ভোটৰ তালিকাত “ডি” ভোটাৰৰ পৰা মুক্ত হলেও  নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে  শিলচৰৰ বিশ্বজিৎ দেৱে। গুৰুত্বপূৰ্ণ যে ২০০১ চনত বিশ্বজিৎ দেৱৰ পৰিয়ালৰ লোকে ভোট দিবলৈ যাওঁতে গম পাইছিল যে তেওঁ লোক 'ডি" ভোটাৰ। উল্লেখনীয় যে শিলচৰ চহৰৰ ১৩০ নম্বৰ ভোট কেন্দ্রৰ ভোটাৰ বিশ্বজিৎ দেব আৰু তেওঁৰ পৰিয়ালৰ লোকসকল। তেওঁ লোকক  বাংলাদেশী বুলি  সন্দেহ কৰা হৈছিল। এই কথা শুনি...

হেঙেৰাবাৰী মুকলি কৰা হল বিজেপিৰ নিৰ্বাচনী কাৰ্যলয়

অসম বিজেপি মুখ্য কাৰ্যলয়ৰ সমীপতে উদ্বোধন কৰা বিজেপিৰ নিৰ্বাচনী কাৰ্যলয় । ১৮ তাৰিখে হেঙেৰাবাৰীত অনুষ্ঠিত এক অনুষ্ঠানেৰে কাৰ্যলয়টো অসম বিজেপিৰ তত্বাবধায়ক মহেন্দ্ৰ সিংয়ে ।  অনুষ্ঠানটোত উপস্থিত আছিল অসম প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক ফণিধৰ নাথ শৰ্মা , বিজেপি দলৰ জিলা নিৰ্বাচনী তত্বাৱধায়ক টুটু সৰকাৰ ।

জুৰীয়াত যুৱক সন্ধানহীন

  জুৰীয়াত যোৱা ৩ দিন ধৰি এজন যুৱক নিৰুদ্দেশ হৈ আছে । যুৱকজন বগুৰিগুৰি গাৱৰ  মজিবুৰ ৰহমান বুলি জানিব পৰা গৈছে। কোনো দুষ্ট চক্ৰ‌ই যুৱক জনক অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰে পৰিয়ালৰ লোকে। গুৰুত্বপূৰ্ণ যে এই ঘটনাক কেন্দ্ৰ কৰি গাওঁ বাসী চিন্তিত হৈ পৰিছে। জানিব পৰা মতে যোৱা ১৮ এপ্ৰিল তাৰিখে ৰাতি প্ৰায় ১১ মান বজাত নিজ ঘৰৰ পৰাই...

নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বেনাৰসত প্ৰতিদ্বন্দিতা আগবঢ়াৱ প্ৰিয়ংকাই

National desk , Ne india : লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াৱ কংগ্ৰেছ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে । প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনত অৱতীৰ্ণ হব নে নহয় তাক লৈ বহু জল্পনা কল্পনা  চলি আহিছিল । কংগ্ৰেছ প্ৰবক্তা তথা MLC সদস্য দিপক মিশ্ৰই প্ৰকাশ কৰে যে , প্ৰিয়ংকা গান্ধীয়ে বেনাৰস লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে । যদিহে দিপক মিশ্ৰই প্ৰকাশ কৰা তথ্য...

Women voters recorded participants at Hailakandi District

Women voters recorded participants at Hailakandi District. Overall 77.81 percent women voters participants in comparison to men’s only 49.72 percent. 1,77,999 turned out to exercise their franchise out Of the total 2,28,750 women voters. Highest poll percentage of women voters 83.17 percent participants at Algapur LAC. followed by Katlicherra LAC at 77.50 percent and Hailakandi LAC at 73.15 percent. Input...