Home নিয়োগ বাৰ্তা

নিয়োগ বাৰ্তা

গুৱাহাটীৰ ৰাজ্যিক কৰ্মচাৰী বীমা নিগমত পদ খালী

গুৱাহাটীৰ বামুনী মৈদামস্থিত ৰাজ্যিক কৰ্মচাৰী বীমা নিগমত পদ খালী পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে । আবেদনৰ বাবে আবেদনকাৰীৰ বয়স ১৮ বছৰৰ পৰা ২৭ বছৰৰ হ'ব লাগিব । OBC আৰু জনজাতিৰ বাবে বয়সৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে । আবেদনৰ বাবে ST/SC/ আৰু দিব্যাংগ সকলৰ বাবে ২৫০ টকা আৰু সাধাৰণ প্ৰাৰ্থীসকলৰ বাবে ৫০০ টকা ধাৰ্য কৰা হৈছে । আবেদন ১৬-০৩-২০১৯...

DC অফিচত চাকৰি

শোণিতপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ত অসম চৰকাৰে খালী পদ পূৰণৰ বাবে যোগ্য আগ্ৰহী প্ৰাৰ্থী ৰ পৰা আবেদন বিচাৰিছে। Grade-III ৰ মুঠ ৭টা পদৰ বাবে অফলাইন বা অনলাইন যোগে প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ১০ এপ্ৰিল ২০১৯  Deputy Commissioner Sonitpur Recruitment 2019 Deputy Commissioner Sonitpur, Assam invited online applications from eligible and interested candidates for the recruitment of 07 nos of Grade-III posts. All details...

তেজপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পদ খালী

তেজপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ অন্তৰ্গত ৰাজহ বিভাগত ৭ টা খালী পদৰ বাবে আবেদন বিচৰা হৈছে । ৭ টা খালী পদৰ ভিতৰত ৩ টা পদ অসংৰক্ষিত হোৱাৰ পৰিৱৰ্তে ২ টা পদ OBC আৰু ১ টা পদ SC/ST ৰ বাবে সংৰক্ষণ কৰা হৈছে  । আবেদনকাৰীৰ বয়স ১৮ বছৰৰ পৰা ৪৪ বছৰৰ ভিতৰত হ'ব লাগিব । আনহাতে জনজাতিৰ বাবে ৪৯ বছৰ ধাৰ্য্য...

DIT ত পদ খালী

অসম চৰকাৰৰ Directorate of Information Technology ত ৯ টা খালী পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে । ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব । আবেদন কাৰীৰ বয়স ১৮ বছৰৰ পৰা ৪৪ বছৰ ভিতৰত হ'ব লাগিব । আনহাতে OBC ৰ কাৰণে ৪৭ বছৰলৈকে আৰু জনজাতিৰ কাৰণে ৪৯ বছৰ বয়স ধাৰ্য কৰা হৈছে । অনলাইন আবেদন ২৫-০৩-২০১৯ ৰ পৰা আৰম্ভ...

১ লাখ ৩০ পদত নিযুক্তি ভাৰতীয় ৰে’লৱে বিভাগত

ভাৰতীয় ৰে'লৱে নিয়োগ বোৰ্ডে এক চৰকাৰী বিজ্ঞপ্তি যোগে NTPC, Para Madical Staff আৰু অন্যান্য পদৰ বাবে ১ লাখ ৩০ হাজাৰ পদৰ আবেদন বিচাৰিছে । আবেদনৰ বাবে শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উৰ্ত্তীৰ্ণ (HS) বিচৰা হৈছে । তদুপৰি প্ৰাৰ্থীসকলৰ বয়স ১৮ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ'ব লাগিব ।যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলে অ'নলাইন যোগে আবেদন কৰিব পাৰিব ।  আবেদনৰ বাবে SC/ST/PWD/Women/Transgender/EBC/Minorities...

ঘোষিত হ’ল অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল

NEWS DESK, NE INDIA: বুধবাৰে ঘোষিত হ'ল অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল। ইতিমধ্যেই APSC ৰ ৱেবচাইটত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ ৰোল নং প্ৰকাশ হৈছে। অসমৰ লোকসেৱা আয়োগৰ লিংক http://www.apsc.nic.in/

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত মুকলি ১০৪১টা পদ

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত মুকলি হৈছে নতুন পদ। সৰ্বমুঠ মুকলি হোৱা পদৰ সংখ্যা ১০৪১ টা। ইয়াৰ ভিতৰত ৮২৪টা পদ খালী হৈছে ষ্টাফ নাৰ্চৰ বাবে। ৰাজ্যিক পৰ্যায়ৰ পদ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম আবেদনৰ অন্তিম তাৰিখ ২৫/০৩/২০১৯ অনলাইন যোগে আবেদন 1. Sr. Consultant, Training, SIHFW No of posts: 1 Pay: Rs. 65,000/- Educational Qualification: Essential : MBBS Degree from Govt. recognized institution. Desirable: MD/DNB (Gynecology &...

ভাৰতীয় জীৱন বীমা নিগমত AAOৰ ৫৯০টা পদ খালী

ভাৰতীয় জীৱন বীমা নিগম(LIC)ত খালী হৈছে ৫৯০টা পদ। Assistant Administrative Office (AAO) পদৰ বাবে ভাৰতীয় জীৱন বীমা নিগমে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। আবেদন কাৰীৰ নূন্যতম বয়স ১/০৩/২০১৯লৈ ২১বছৰ হোৱাৰ লগতে ৩০ বছৰৰ উৰ্ধত হব নালাগিব। Notification highlights Organisation: life insurance corporation of India Starting date: 02-03-19 Job type: central government job Job location: all over India Vacancies: 590 Apply mode: online Official website: https://www.licindia.in Last Date: 22-03-2019 Disciplines: a)...

সমাজ কল্যাণ বিভাগত পদ খালী

সমাজ কল্যাণ বিভাগত খালী পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে । সমাজ কল্যাণ বিভাগত District Coordinator, Project Assistant,Block Coordinator ৰ পদৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ আবেদন বিচৰা হৈছে । আবেদন কাৰী স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব । আবেদন কাৰীৰ বয়স ২১ বছৰৰ পৰা ৪৪ বছৰ হ'ব লাগিব । আবেদনৰ অন্তিম তাৰিখ ৩০-০৩-২০১৯ । খালী পদ সমূহ হৈছে : 1. District Coordinator No of...

এফ চি আইত বৃহৎ সংখ্যক পদ খালী

ভাৰত চৰকাৰে ভাৰতীয় খাদ্য নিগম(FCI) বিভাগত খালী পদ পূৰণৰ বাবে আবেদন বিচাৰিছে । ভাৰতীয় খাদ্য নিগমত বৰ্তমান ৪১০৩ টা পদ খালী হৈ আছে । আবেদন প্ৰক্ৰিয়া ২৮-০২-২০১৯ ৰ পৰা আৰম্ভ হৈছে আৰু আবেদনৰ অন্তিম তাৰিখ ৩০-০৩-২০১৯ । ইচ্ছুক প্ৰাৰ্থীসকলে FCI ৰ অফিচিয়েল ৱেবচাইটত অনলাইন যোগে আবেদন কৰিব লাগিব । আবেদনকাৰী সকলে আবেদনৰ বাবদ ৫০০ টকাৰ আবেদন মাচুল আদায় কৰিব...