Home ক্ৰীড়া

ক্ৰীড়া

শনিবাৰে মুম্বাইৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ’ব ৰাজস্থান ৰয়েলছ

SPORTS DESK, NE INDIA : মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত IPLৰ ১২তম সংস্কৰণৰ ২৭তম মেচ মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । ঘৰুৱা দল মুম্বাইয়ে বিগত খেলখনত বিজয় সাব্যস্ত কৰাৰ পিছত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব ।‌ শনিবাৰে বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ'ব খেলখনত । অন্যহাতে ৰাজস্থান দলটোৱে বিগত দুয়োখন খেলতে পৰাজয়ৰ সন্মুখীন হয় । সেয়ে ৰাজস্থান...

পোলাৰ্ডৰ অনবদ্য প্ৰদৰ্শনৰ ফলত মুম্বাইৰ জয় ! খেলখনত অংশগ্ৰহণ নকৰিলে হিটমেনে

SPORTS DESK, NE INDIA : মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত আইপিএলৰ ১২ সংস্কৰণৰ এখন খেলত কীৰোন পোলাৰ্ডৰ সুন্দৰ প্ৰদৰ্শনৰ ফলত কিংছ এলেভেন পঞ্জাৱক ৩ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয় । কিংছ এলেভেন পঞ্জাৱ দলটোৱে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৪ উইকেট হেৰুৱাই ১৯৭ ৰাণ সংগ্ৰহ কৰে । পঞ্জাৱ দলৰ হৈ লোকেশ ৰাহুলৰ অপৰাজিত ১০০ ৰাণ সংগ্ৰহ কৰে । ক্ৰিছ গেইলে সংগ্ৰহ...

মঙলবাৰে আইপিএলৰ মহাৰণত চেন্নাই বনাম কলকাতা

SPORTS DESK, NE INDIA : মঙলবাৰে আইপিএলত কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে মুখামুখি হ'ব চেন্নাই চুপাৰ কিংছ । গুৰুত্বপূৰ্ণ যে, এই পৰ্যন্ত দীনেশ কাৰ্তিকৰ নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছ দলটোৱে ৮ প‌ইন্ট সংগ্ৰহৰে প‌ইন্টৰ তালিকাত শীৰ্ষ স্থানত আছে । ইয়াৰ বিপৰীতে ধোনীৰ নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছ দলটোৱে প‌ইন্টৰ তালিকাত দ্বিতীয় স্থানত আছে । উল্লেখ্য যে, সন্ধিয়া ৮ বজাৰ পৰা চেন্নাইৰ এম.এ...

RCB ত সলনি হ’ব পাৰে খেলুৱৈ একাদশ

Sports Desk, Ne India:  আইপিএলৰ দ্বাদশ সংস্কৰণত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুয়ে এখনৰ পিছত আনখন খেলত কেৱল পৰাজয়ৰ সন্মুখীন হৈছে । কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ২০৫ ৰাণৰ লক্ষ্য নিদ্ধাৰণৰ পাছতো কলকাতাৰ হাতত পৰাজয় বৰণ কৰে বেংগালুৰুয়ে । যাৰ বাবে বেংগালুৰুৰ অধিনায়ক বিৰাট কোহলীয়ে ষষ্ঠ খেলৰ খেলুৱৈ একাদশ সলনি কৰাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈছে । শনিবাৰে আইপিএলৰ মহাৰণত দিল্লী কেপিটেলছৰ মুখামুখি হ'ব...

পাণ্ডু মহাবিদ্যালয়ত ৪৩ তম ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতা

Sports desk, NE India: বুধবাৰে গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৪৩ তম সদৌ অসম পাঞ্জা প্ৰতিযোগিতা। প্ৰতিযোগিতা খনত পুৰুষৰ শাখাত সিদ্ধাৰ্থ  মালাকাৰ আৰু মহিলাৰ শাখাত চেতনা শৰ্মাই চেম্পিয়ন অৱ চেম্পিয়নৰ খিতাপ দখল কৰে। আনহাতে জুনিয়ৰ ল'ৰা শাখাত অমল টোটলাই চেম্পিয়ন অৱ চেম্পিয়ন দখল কৰে। প্ৰতিযোগিতা খনত পাণ্ডু কলেজৰ অধক্ষ্য ড: যোগেছ কাকতি, জে.বি কলেজৰ অধক্ষ্য বিভাছ দাস পুৰকায়স্থ, ভাৰতীয়...

আইপিএলৰ মহাৰণত মুম্বাই বনাম চেন্নাই

SPORTS DESK, NE INDIA : অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ উন্নত প্ৰদৰ্শনৰ ফলত আত্মবিশ্বাসেৰে চেন্নাই চুপাৰ কিংছ দলটোৱে আইপিএল মেচত বুধবাৰে মুম্বাইৰ ইণ্ডিয়ানছৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ দিব । টুৰ্নামেন্টৰ সবাতোকৈ সফল হ'বলৈ সক্ষম হোৱা দুটা দলৰ মাজত খেলখন অনুষ্ঠিত হ'ব । সন্ধিয়া ৮ বজাৰ পৰা মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন । আইপিএলথ তিনিবাৰকৈ চেম্পিয়ন হোৱা‌ চেন্নাই চুপাৰ কিংছ দলটোৱে...

মালেছিয়াত অনুষ্ঠিত হ’বলগীয়া পাঞ্জা প্ৰতিযোগিতাত অংশ লৱ অসম সন্তানে

SPORTS DESK, NE INDIA : ৪ এপ্ৰিলৰ পৰা মালেছিয়াত অনুষ্ঠিত হ'ব চতুৰ্থ বাৰ্ষিক ১০১ পাঞ্জা প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত অসমৰ দুগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। খেলুৱৈ দুগৰাকী হ'ল গুৱাহাটীৰ প্ৰাণজিৎ শ‌ইকীয়া আৰু তেজপুৰৰ দীপক দাস। উল্লেখনীয় যে নিজৰ পাৰদৰ্শিতাৰে ইতিমধ্যেই ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম বুটলিবলৈ সক্ষম হৈছে দুয়োগৰাকী খেলুৱৈয়ে । ২০১৮ চনত লক্ষ্ণৌত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পাঞ্জা প্ৰতিযোগিতাত পদক জয়েৰে তেজপুৰৰ লগতে সমগ্ৰ...

মি. ইণ্ডিয়া খিতাপ অৰ্জন অসম সন্তানৰ

SPORTS DESK, NE INDIA : চেন্নাইত অনুষ্ঠিত হৈ যোৱা আই বি বি এফৰ মিষ্টাৰ ইণ্ডিয়া ২০১৯ দেহশ্ৰী প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ'ল অসম সন্তানে । প্ৰতিযোগিতাৰ ৬০ কেজি শাখাত এই সাফল্য আজুৰি আনিলে যোৰহাটৰ দিপু শইকীয়াই । দিপু শইকীয়াই প্ৰথমবাৰৰ বাবে এই খিতাপৰ আধিকাৰী হ'বলৈ সক্ষম হ'ল । দিপু শইকীয়াৰ এই সাফল্যই যোৰহাট বাসীৰ লগতে সমগ্ৰ ৰাজ্যকে গৌৰাম্বিত...

দিগৰখাল ফুটবলৰ ফাইনেল খেল

দিগৰখাল যুৱশক্তি ক্লাৱৰ দ্বাৰা আয়োজিত বৰাক উপত্যকাৰ  প্রথম গ্ৰাম্য নাইট ফুটবল প্রতিযোগিতাৰ ফাইনেল মেচ সোমবাৰে  অনুষ্ঠিত হব।  চাৰে আঠ বজাত অনুষ্ঠিত হব ফাইনেলল। প্রতিযোগিতাৰ ফাইনেলত বৰাক আৰু মেঘালয় ৰাজ্যৰ ৩২ টি দলে অংশগ্রহণ কৰিছিল।  https://youtu.be/psIZXnRKUmQ?t=4 এচ দাস, ইনপুট এডিটৰ, চাউথ অসম ব্যুৰো।

আইপিএলত আন এক অভিলেখৰ গৰাকী হ’ল মি. ৰাণ মেচিন

SPORTS DESK, NE INDIA : পুনৰ আন এক অভিলেখৰ গৰাকী হ'ল মি. ৰাণ মেচিন খ্যাত ভাৰতৰ ষ্টাৰ ক্ৰিকেটাৰ বিৰাট কোহলী । কোহলীয়ে এইবাৰ আইপিএলত গঢ়িলে আন এক অভিলেখ । কোহলীয়ে আইপিএলৰ আটাইতকৈ কম ইনিংছত ৫০০০ ৰাণ বনাবলৈ সক্ষম হোৱা বেটছমেন হিচাপে পৰিগণিত হ'ল । উল্লেখ্য যে ইয়াৰ বাবে কোহলীক প্ৰয়োজন হৈছিল ১৫৭ টা ইনিংছ । কোহলীয়ে ৰয়েল ছেলেঞ্জাৰছ বেংগালুৰুৰ...