Home আন্তৰাষ্ট্রীয়

আন্তৰাষ্ট্রীয়

তালিবানৰ লক্ষ্যত আৰক্ষী

INTERNATIONAL DESK, NE INDIA : আফগানিস্তানৰ উত্তৰ দিশৰ ছৰ-এ-পুল প্ৰান্তত তালিবানে আৰক্ষী চকীত কৰা আক্ৰমণত ৪ জন আৰক্ষী শ্বহীদ হয়। তদুপৰি প্ৰান্তীয় পৰিষদৰ প্ৰমুখ মহম্মদ নুৰ ৰহমানীয়ে ৰাজধানীৰ বাহিৰৰ অঞ্চলত তালিবানৰ আক্ৰমণত আন ৫ জন আৰক্ষীও গুৰুতৰভাৱে আঘাট প্ৰাপ্ত হোৱা বুলি জানিবলৈ দিছে । ইয়াৰ উপৰি পূবৰ গজনী প্ৰান্তৰ আৰক্ষীয়ে জনোৱা অনুসৰি, শনিবাৰে তালিবানে আৰক্ষী চকীত কৰা আক্ৰমণত ৩...

দক্ষিণ কোৰিয়াত মুকলি হ’ল বিশ্বৰ প্ৰথমটো 5G ফোন

INTERNATIONAL DESK, NE INDIA : এতিয়াৰে পৰা বিশ্বই ব্যৱহাৰ কৰিব পাৰিব 5G ফোন । শুকুৰবাৰে দক্ষিণ কোৰিয়াত মুকলি কৰা হ'ল বিশ্বৰ প্ৰথমটো 5G ফোন । ছেমছাংগ ইলেক্ট্ৰনিকছে Galaxy S10 নামৰে 5G ফোনটো বজাৰত মুকলি কৰাৰ লগে লগে দক্ষিণ কোৰিয়া 5G ফোন মুকলি কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হ'ল । আনহাতে 5G ফোনৰ ব্যৱহাৰৰ ফলত এতিয়াৰে পৰা ব্যৱহাৰকাৰী সকলৰ অযথা...

নৰেন্দ্ৰ মোডীলৈ সৰ্বোচ্চ অসামৰিক সন্মান আৰৱ প্ৰিন্সৰ

INTERNATIONAL DESK, NE INDIA : সংযুক্ত আৰৱ এমিৰেট আৰু ভাৰতবৰ্ষ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সন্মান জনাব আৰৱ প্ৰিন্সে । UAEৰ ক্ৰাউন প্ৰিন্স শেখ মহম্মদ বিন জায়দ‌অল নাহয়ানে শুকুৰবাৰে এই কথা ঘোষণা কৰে । লগতে প্ৰিন্স গৰাকীয়ে কয় যে, ভাৰতৰ সৈতে আমাৰ ঐতিহাসিক আৰু ব্যাপক ৰণনীতিক সম্বন্ধ আছে, মোৰ বন্ধু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মহত্বপূৰ্ণ ভূমিকাৰ ফলত...

নাইজেৰিয়াত বায়ুসেনাৰ আক্ৰমণত ৫ বন্দুকধাৰী নিহত

INTERNATIONAL DESK, NE INDIA : সোমবাৰে নাইজেৰিয়াৰ পশ্চিমোত্তৰ ৰাজ্য জামফাৰাৰ দুখন গাঁৱত বায়ুসেনাৰ আক্ৰমণত ৫ বন্দুকধাৰী নিহত হয় । এনএএফ প্ৰৱক্তা ইবিকুনলে দৰমোলাই এই সন্দৰ্ভত কয় যে, "বন্দুকধাৰী দলটোৱে জামফাৰাৰ হেইন মাহে আৰু হেইন কানৱা গাঁৱৰ কেইবাটাও পৰিয়ালত আক্ৰমণ সংঘটিত কৰিছিল । বন্দুকধাৰী দলটোৱে আক্ৰমণৰ সময়ত গাঁওখনৰ দুগৰাকী মহিলা তথা এটা শিশুৰ লগতে কেইবাজনো গাঁওবাসীক অপহৰণ কৰিছিল । কিন্তু...

আমেৰিকালৈ ৰাওনা ভাৰতীয় সেনা প্ৰধান

৪ দিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে আমেৰিকালৈ হ'ল ভাৰতীয় সেনা প্ৰধান বিপিন ৰাৱট আমেৰিকাৰ সৈতে সামৰিক সহযোগিতা সন্দৰ্ভত আলোচনাত মিলিত হ'ব বিপিন ৰাৱট ৰাৱটৰ ত্ৰমণকালত দুয়োখন দেশৰ মাজত নিৰাপত্তাৰ দিশৰ ওপৰত আলোচনা কৰা হ'ব ভ্ৰমণসূচীৰ অন্ত পেলাই শুকুৰবাৰে ভাৰতলৈ ওভতিব সেনাপ্ৰধান গৰাকী

পুনৰ মাছুদ আজহাৰৰ বিৰুদ্ধে থিয় হ’ল আমেৰিকা-ব্ৰিটেইন-ফ্ৰান্স

INTERNATIONAL DESK, NE INDIA : দীৰ্ঘদিনৰ পৰা পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন জৈছ-এ মহম্মদৰ প্ৰমুখ মাছুদ আজাহাৰক নিৰাপত্তা পৰিষদত 'ব্লেক লিষ্ট' কৰাৰ দাবী উত্থাপন কৰি অহা হৈছে । মাছুদ আজহাৰক ব্লেক লিষ্ট কৰাত প্ৰতিবাৰে ভেটো প্ৰয়োগ কৰি আহিছে চীনে । উল্লেখ্য যে মাছুদ আজহাৰক পুনৰ ব্লেক লিষ্টেড কৰাৰ বাবে নিৰাপত্তা পৰিষদত প্ৰস্তাৱ আগবঢ়াইছে আমেৰিকা, ব্ৰিটেইন আৰু ফ্ৰান্সে । ৩ খন ৰাষ্ট্ৰই...

বাংলাদেশত বিধ্বংসী অগ্নিকাণ্ড ! প্ৰাণ কাঢ়িলে ২০ জনৰো অধিক লোকৰ

INTERNATIONAL DESK, NE INDIA : বাংলাদেশৰ ঢাকাৰ বনানী অঞ্চলৰ এটা ২২ মহলীয়া অট্টালিকাত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত ২০ জনৰো অধিক নিহত হয় । আনহাতে অগ্নিকাণ্ডত প্ৰায় ৬০ জনৰো অধিক লোক গুৰুতৰ ভাৱে আহত হয় । অগ্নিকাণ্ডৰ সময়ত বহু কেইজন লোকে অট্টালিকাটোৰ ওপৰৰ পৰা জপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰিছিল । যাৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পায় ।...

আফগানিস্তানত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হ’ল ৭ জন আৰক্ষী

INTERNATIONAL DESK, NE INDIA : সন্ত্ৰাসবাদী লক্ষ্যত আফগানিস্তানৰ আৰক্ষী । বৃহস্পতিবাৰে সান্ত্ৰাসবাদীয়ে প্ৰাণ কঢ়িলে ৭ জন আৰক্ষীৰ । ঘটনাৰ পিছত আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, সন্ত্ৰাসবাদীয়ে বৃহস্পতিবাৰে পুৱা চিঅ'ৰী জিলাৰ  আৰক্ষী চকীত আক্ৰমণ সংঘটিত কৰে, য'ত ৭ জন আৰক্ষী শ্বহীদ হয় । তদুপৰি আন এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, সন্ত্ৰাসবাদী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত দুয়োপক্ষৰে...

নিৰ্বাচনৰ পূৰ্বে ভাৰতে গ্ৰহণ কৰিব পাৰে আন পদক্ষেপ : পাক প্ৰধানমন্ত্ৰী

INTERNATIONAL DESK, NE INDIA : পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে অলপতে ফাইনেনচিয়েল টাইমছক দিয়া এক সাক্ষাৎকাৰত কয় যে, "নিৰ্বাচনৰ পূৰ্বে ভাৰতে কিবা কৰাৰ সম্ভৱনা আছে । চুবুৰীয়া দেশত নিৰ্বাচন সমাগত । গতিকে মই অনুভৱ কৰিব পাৰিছো নিৰ্বাচনৰ পূৰ্বে  পুনৰ আন পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।" তদুপৰি তেওঁ কয়,"যেতিয়া পুলৱামা কাণ্ড সংঘটিত হৈছিল, তেতিয়া মই অনুভৱ কৰিছিলো মোডী চৰকাৰে দুয়োখন...

জামিনৰ বাবে আবেদন নীৰৱ মোডীৰ

পুনৰ জামিনৰ বাবে আবেদন কৰিলে নীৰৱ মোডীয়ে লণ্ডন আৰক্ষীৰ জিম্মাত নীৰৱ মোডী দক্ষিণ-পশ্চিম লণ্ডনৰ এছ এম পি বেইসৱৰ্থ জেলত দিন কটাইছে নীৰৱ মোডীয়ে মধ্য লণ্ডনৰ বেংক শাখাত নতুন একাউণ্ট খুলিবলৈ যোৱাৰ সময়ত লণ্ডন আৰক্ষীয়ে আটক কৰিছিল নীৰৱ মোডীক পাঞ্জাৱ নেচনেল বেংকৰ ১৩০০০ কোটি টকাৰ কেলেংকাৰীত জড়িত আছিল নীৰৱ মোডী ইয়াৰ পূৰ্বেও জামিনৰ বাবে আবেদন কৰিছিল নীৰৱ মোডীয়ে পূৰ্বে কৰা আবেদন খাৰিজ কৰিছিল জিলা ন্যায়াধীশ মেৰী...