BREAKING NEWS

0
188

মণিপুৰত বিধেয়ক বিৰোধী প্ৰতিবাদ অব্যাহত

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মণিপুৰত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত

বিধেয়কৰ বিৰুদ্ধে চিভিল ছ’চাইটিৰ বিভিন্ন সংগঠনে আৰম্ভ কৰা প্ৰতিবাদত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ

ৰাজ্যখনৰ পূবাঞ্চলৰ জিলাসমূহত জাৰি কৰা হৈছে আই পি চি ১৪৪ ধাৰা

LEAVE A REPLY

Please enter your comment!
Please enter your name here