Breaking news- আমিৰে শৰিয়ত ডঃ আল্লামা তৈয়ুবৰ ৰহমানৰ পৰলোকপ্ৰাপ্তি

0
171
উত্তৰ পূৱ ভাৰতৰ বিশিষ্ট ইচলামিক চিন্তাবিদ আমিৰে শৰিয়ত ডঃ আল্লামা তৈয়ুবুৰ ৰহমান বৰভুঞাৰ পৰলোকপ্ৰাপ্তি । বুধবাৰে দুপৰীয়া ১২.০৫ বজাত তেওঁ‌ৰ ৰাঙ্গাউটিৰ নিজ বাসভৱনত শেষ নি:শ্বাস ত‍্যাগ কৰে। ডঃ আল্লামা তৈয়ুবৰ মৃত্যুত সমগ্ৰ বৰাক উপত্যকা সহ উত্তৰ পূৱ ভাৰতৰ বিভিন্ন মহলত শোকে বিৰাজ কৰিছে ।
এচ দাস, ইনপুট এডিটৰ, চাউথ অসম, Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here