BJP , AGP ,AIUDF ক সমালোচনা ধুবুৰী লোক সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীৰ 

0
29
ৰাজ্যৰ চৌদিশে এতিয়া নিৰ্বাচনী গৰম বতাহ । কোনো এটা ৰাজনৈতিক দলে পিছ পৰি থকা নাই । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰাৰ লগে লগেই দ্ধিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰতিটো দলেই সাজু হৈছে । শনিবাৰে   আবেলি  3বজাত দক্ষিণ শালমাৰাৰ সমষ্টি পাটাকাটা বজাৰত ৪নং ধুবুৰী লোক সভা সমষ্টিৰ নিৰ্দলীয় মনোনীত প্ৰাৰ্থী শুকুৰ আলী এক ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ চলায় ।
 AGP , BJP আৰুAIUDF দলক তীব্ৰ সমালোচনা কৰে ।  কোনো দলৰ সহায় নালাগে বুলি কয় শুকুৰ আলীয়ে । ৰাইজৰ সহায়হে লাগে বুলি কৈ প্ৰাৰ্থী গৰাকীয়ে কয় ধুবুৰীত জয়ী হোৱা টো নিশ্চিত|
মনকৰিবলগীয়া কথা হল যে নিৰ্বাচনৰ পিছত হে গম পোৱা যাব সাধাৰন ৰাইজে  কাক বিচাৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here