Big Breaking- অপহৃত অপুৰ্বক উদ্ধাৰ 

0
222
দিনৰ পুৰ্বে জাগুনৰ পৰা অপহৃত হৈছিল অপূৰ্ব কাকতি । ৯ দিনৰ পিচত মুক্তি লাভ কৰাৰ পিছতে ম্যানম্যাৰ সীমান্তৰ ঘন জংঘলত দিশহাৰা অপূৰ্ব । অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দুৰ্গম অঞ্চলত মুকলি কৰি দিছিল অপুৰ্বক । বুধবাৰে অসম ৰাইফলছ আৰু জয়ৰামপুৰ আৰক্ষী লগতে সাংবাদিকে  অপহৃত অপূৰ্ব ক অৰুণাচলৰ চাংলাং জিলাৰ নামপুংৰ নামগৈৰ উদ্ধাৰ কৰে ।
শ্যামল নেওগ, মাৰ্ঘেৰিটা ,Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here