জনতা দৰবাৰ ৰ নামত AIUDF ৰ প্ৰচাৰ

0
45
বদৰপুৰৰ এনচিচি কলেজৰ সম্মুখত লোকসভা নির্বাচন উপলক্ষে  ‘জনতাৰ দৰবাৰ’ শীর্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটোক লৈ মুখ খুলিলে ৰাজ্যিক যুৱ কংগ্রেছৰ কোৰ্ডিনেটৰ আহমেদ চায়হিলে। তেওঁ‌ কলে অনুষ্ঠানটো ‘জনতাৰ দৰবাৰ’ নহয় এয়া আছিল এআইইউডিএফৰ নির্বাচনী মঞ্চ ।

প্ৰতিবেদক বদৰপুৰ, Ne india..

LEAVE A REPLY

Please enter your comment!
Please enter your name here