ৰঙালীক আদৰাৰ প্ৰস্তুতি মাৰ্ঘেৰিটাত

0
284
প্ৰতিকূল পৰিৱেশৰ মাজতো ৰঙালীক আদৰাৰ প্ৰস্তুতি মাৰ্ঘেৰিটাত
মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত ১২ দিন ৰজনজনাই থাকিল ঢোল, পেপা, বাঁহীৰ মাত আৰু বিহু নামেৰে । উল্লেখযোগ্য যে স্থানীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সৌজন্যত আৰু মাৰ্ঘেৰিটাৰ মাকুমকিল্লা স্পৰ্টছ ক্লাৱৰ সহযোগত বিহুনৃত্য, ঢোল পেপা আৰু হুচৰিৰ ১২ দিনীয়াকৈ অনুষ্ঠিত হয় বিহু কমৰ্শালা ।
৩০০ৰো অধিক কণ কণ কিশোৰ কিশোৰী অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই কৰ্মশালা । অন্যহাতে এই কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট বিহুৱতী আৰু বিহুৱা ।
শ্যামল নেওগ, মাৰ্ঘেৰিটা, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here