২৩ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেশ্বন কাপ প্ৰতিযোগিতালৈ হিমা দাস

0
62

NEWS DESK, NE INDIA: পাটিয়ালাত অনুষ্ঠিত হ’ব লগা ২৩ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেশ্বন কাপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে হিমা দাসে ইতিমধ্যে ৰাওনা হৈছে। ১৫ মাৰ্চৰ পৰা আৰম্ভ হ’ব লগা এই প্ৰতিযোগিতা খনত দেশৰ বহুতো আগশাৰীৰ ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিব। গুৰুত্বপূৰ্ণ যে দৌৰ ৰাণী হিমা দাসৰ লগতে অসমৰ এথলেটিকছ দলটো ৰাওনা হৈছে পাটিয়ালালৈ। এই প্ৰতিযোগিতা অহা ১৮ মাৰ্চত অন্ত পৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here