সোণাৰিত ৰণডংকা বজালে বিজেপিয়ে

0
54
সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত কৰি বিজেপিয়ে বজালে ৰণ দুন্দুভি ।
চফ্ৰাই আৰু সোণাৰি মণ্ডলৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত যোৰহাট লোকসভা সমষ্টিত পুনৰবাৰ বিজেপি প্ৰাৰ্থীক জয়ী কৰোৱাৰ সংকল্প তৃণমূল কৰ্মীৰ
যোৰহাট সমষ্টিত বিজেপি দলৰ জয় নিশ্চিত বুলি কৈ এতিয়ালৈকে প্ৰাৰ্থীত্ব নিশ্চিত নোহোৱাত কৌশলপূৰ্ণ মন্তব্য প্ৰভাৰী দুলেন নায়কৰ।
অভিজিৎ ভূঞা,চৰাইদেউ, Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here