সুদীৰ্ঘ ২৭ বছৰৰ পিছত দৰ্শকৰ মাজলৈ Aladdin

0
123
ENTERTAINMENT DESK NE INDIA: Aladdinৰ অনুৰাগীসকলৰ বাবে ডিজনীয়ে পুনৰ সুখবৰ কঢ়িয়াই আনিছে ২৭ বছৰৰ পিছত ।
৬১তম গ্ৰেমী এৱাৰ্ড শ্ব’ত চাৰপ্ৰাইজটোক প্ৰেজেন্ট কৰা হৈছিল । অনুষ্ঠানতে Aladdinৰ প্ৰথম লুক এই ছবিখনৰ বাবে দীৰ্ঘদিনৰ পৰা অপেক্ষাত আছিল অনুৰাগীসকল ।
এই অপেক্ষাৰ অন্ত পৰা অলাদীন ছবিখনত হলিউডৰ জনপ্ৰিয় অভিনেতা বিল স্মিথৰ চৰিত্ৰটো দেখা পোৱা যায়‌ । ১৯৯২ চনত ডিজনীয়ে Aladdin ছবিখন নিৰ্মাণ কৰিছিল ।
সুদীৰ্ঘ ২৭ বছৰৰ পিছত ডিজনীয়ে পুনৰ এই ছবিখন নতুনত্বৰে চলিত বৰ্ষৰ মে’ মাহত মুক্তি দিয়াৰ বাবে প্ৰস্তুতি চলাই আছে ।
ৱাল্ট ডিজনী ষ্টুডিঅ’ই ইতিমধ্যে মুক্তি দিছে এক মিনিট দুই ছেকেণ্ডৰ এটা ট্ৰেইলৰ । এই ট্ৰেইলৰটোত উইলস্মিথক ২০ ছেকেণ্ডৰ বাবে দেখা পোৱা যায় ।
উল্লেখযোগ্য যে Aladdin ছবিখনৰ মুক্তি দিয়া ট্ৰেইলৰটোত উইলস্মিথক দেখা পোৱা যায় প্ৰায় ২০ ছেকেণ্ড সময়ৰ বাবে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here