শুক্ৰবাৰে বৃদ্ধি পালে  পেট্ৰ’লৰ  মূল্য

0
39
NEWS DESK, NE INDIA :  শুক্ৰবাৰে বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য‌, কিন্তু ইয়াৰ বিপৰীতে হ্ৰাস পালে ডিজেলৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮ প‍ইচাকৈ বৃদ্ধি  পোৱাৰ  লগতে  ডিজেলত ১১ প‌ইচাকৈ হ্ৰাস পায়। বৰ্তমান ৰাজধানী চহৰ দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭২.৫৫ টকাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.২২ টকা। ইয়াৰ বিপৰীতে মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’ল মূল্য ৭৮.১৭ টকা আৰু ডিজেলৰ মূল্য ৭০.৪২টকা। উল্লেখনীয় যে শুক্ৰবাৰে গুৱাহাটীত পেট্ৰ’লৰ মূল্য ৭২.১২টকালৈ বৃদ্ধি পোৱাৰ লগতে  প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.৭৫ টকা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here