শিলচৰত সাজ সৰঞ্জাম যোঁজনা উদ্বোধন দুই মন্ত্ৰীৰ

0
145
মঙ্গলবাৰে শিলচৰত অসম চৰকাৰৰ মুখ্যমন্ত্রীৰ কৃষি সাজ সৰঞ্জাম যোঁজনা উদ্বোধন কৰে ৰাজ্যৰ দুই মন্ত্রী সিদ্বার্থ ভট্টাচার্য আৰু পৰিমল শুক্লবৈদ্যই ।
অন্যসকলৰ লগতে উপস্থিত আছিল উত্তৰ পূর্বাঞ্চলৰ বিজেপিৰ সভাপতি কবীন্দ্র পুৰকায়স্থ, উধাৰবন্দেৰ বিধায়ক মিহিৰ কান্তি সোম, উপায়ুক্ত লায়া মাদ্দুৰি, বিজেপিৰ জিলা সভাপতি কৌশিক ৰায়সহ বিভাগৰ কর্মকর্তাসকল ।
প্রদীপ্ত পুৰকায়স্থ, চাউথ অসম ব্যুৰো, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here