শনি মন্দিৰত হোৱা উপদ্ৰৱৰ বুজ লয় বিধায়ক কৃষ্ণেন্দু পালে

0
129
কৰিমগঞ্জ জিলাৰ পাথাৰকা‌ন্দিৰ দোহালিয়াত এটা শনি মন্দিৰৰ লগতে দুটাকৈ বাসগৃহত চলে উপদ্ৰৱ । অন্যহাতে এখন ৰবৰ বাগানত অগ্নিসংযোগৰ ঘটনাৰ খবৰ পায় মঙ্গলবাৰ ঘটনাস্থলীত উপস্থিত হয় বিধায়ক কৃষ্ণেন্দু পালে ।
প্রদীপ্ত পুৰকায়স্থ, চাউথ অসম ব্যুৰো, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here