লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সম্ভাৱ্য তালিকা

0
65

NEWS DESK,NE INDIA: লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনক লৈ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ১০ সমষ্টিৰ বাবে সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছে । বিজেপিৰ এক নিৰ্ভৰযোগ্য সুত্ৰৰ পৰা NE INDIA ৰ হাতত আহি পৰিছে আগন্তুক লোকসভা নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা ।

ডিব্ৰুগড় সমষ্টিত : ৰামেশ্বৰ তেলী, পুলক গোঁহাই

যোৰহাট সমষ্টিত : তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা,লক্ষ্য কোঁৱৰ, শান্তনু গগৈৰ

লখিমপুৰ সমষ্টিত : প্ৰদান বৰুৱা, হৰেন দেউৰী

তেজপুৰ সমষ্টিত : হিমন্ত বিশ্ব শৰ্মা

নগাঁৱ সমষ্টিত : ৰূপক শৰ্মা, ৰাজেন গোঁহাই

গুৱাহাটী সমষ্টিত : বিজয়া চক্ৰৱৰ্তী, বিজুলী কলিতা মেধি, কুইন ওজা, ৰূপম গোস্বামী

মঙলদৈ সমষ্টিত : ৰমেন ডেকা,  দিলীপ শইকীয়া, জয়ন্ত মল্ল বৰুৱা

ডিফু সমষ্টিত : হৰেণ সিং বে,  বিদ্যাসিং ইংলেং, তুলিৰাম ৰংহাঙৰ পত্নী

শিলচৰ সমষ্টিত : ৰাজদ্বীপ ৰয়, পৰিমল শুক্লবৈদ্য

কৰিমগঞ্জ সমষ্টিত : কৃপানাথ মল্লা,  অমৰেশ ৰায়

উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত তেজপুৰ সমষ্টিৰ পৰা সাংসদ আৰ পি শৰ্মাৰ নাম বাদ পৰা দেখা গ’ল । এইবাৰ লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ পৰা অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিজেপিয়ে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here