মূখ্যমন্ত্রী আহিব  মঙ্গলবাৰে, কাটিগড়াত আৰম্ভ   নিম্নমানৰ পথ মেৰামতি

0
52
 মঙ্গলবাৰে দ্বীতিয় পর্যায়ৰ নির্বাচনৰ প্রচাৰৰ অন্তিম দিন। দলীয় প্রার্থী ডাঃ ৰাজদীপ ৰায়ৰ প্রচাৰৰ বাবে কাটিগড়াৰ জনসভাত উপস্থিত হব মূখ্যমন্ত্রী সর্বানন্দ সোণোৱালল। সভা খন অনুষ্ঠিত হব কাটিগড়া মডেল হাচপাতালৰ সন্মুখত। ৬ নম্বৰ ৰাষ্ট্ৰীয় পথৰ পৰা হাচপাতাল পর্যন্ত পথৰ প্রায় দেৰশ মিটাৰ পথত অৱস্থা অত্যন্ত বেয়া। যিহেতু মূখ্যমন্ত্রী আহিব সেয়ে  লৰালৰি কৈ পথটোৰ মেৰামতি আৰম্ভ কৰা হৈছে। কামৰ গুণগত মান অতি নিম্নমানৰ বুলি মত প্রকাশ কৰিছে অঞ্চলবাসীয়ৰ। 
চাউথ অসম ব্যুৰো , Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here