মিৰ্জাত কানাডাৰ খেলুৱৈৰ ফুটবল প্ৰশিক্ষণ

0
67

মিৰ্জাস্থিত গ্ৰাম্য ষ্টেডিয়ামত প্ৰাইভেট স্পোৰ্টচ একাডেমীৰ সৌজন্যত বিগত ১৫ জানুৱাৰীৰ পৰা চলি থকা ফুটবল প্ৰশিক্ষণ আগন্তুক ৫ বছৰ ধৰি চলিব বুলি জানিবলৈ দিয়ে ইয়াৰ পৰিচালন সঞ্চালক কে.এ.সিঙে।

এই ফুটবল প্ৰশিক্ষণত নাইজেৰিয়ান আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ডেকাৰে ইয়াৰ ফুটবল খেলুৱৈ সকলক প্ৰশিক্ষণ প্ৰদান কৰিছে । ডেকাৰে কানাডাৰ আন্তঃৰাষ্ট্ৰীয় ক্লাৱৰ হৈ ফুটবল খেলিছিল লগতে ভাৰতবৰ্ষত অনুষ্ঠিত হোৱা শ্বিলং আই লীগৰো অংশ আছিল বুলি জানিবলৈ দিয়ে ইয়াৰ উদ্যোক্তাসকলে।

https://youtu.be/hwvc-PpuQY8

মিতু দাস, মিৰ্জা, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here