মাটি ফুটি মহাদেৱৰ মূৰ্তিৰ আৱিৰ্ভাৱ ! 

0
516
ঝাৰোৱড়ীত নোৱাপাৰা ৰাইজৰ পুখুৰী খান্দি থকা অৱস্থাত ওচৰৰ পুখুৰীত হঠাৎ মূৰ্তি এটা ওলাই থকা পৰিলক্ষিত কৰে। প্ৰত্যক্ষদৰ্শীৰ মতে প্ৰথম অৱস্থাত মুৰ্তিটো অলপকৈ ওলাইছিল যদিও লাহে লাহে বহুতখিনি ওলাই আহিছে বুলি জানিবলৈ দিয়ে। মূৰ্তিটো মহাদেৱৰ বুলি জানিব পৰা গৈছে।উক্ত স্থানত পুলিচ প্ৰশাসন গৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে লগতে শুকুৰবাৰে পুৰাতত্ত্ব বিভাগৰ বিষয়ববীয়াই পৰীক্ষা কৰিব বুলি জানিব দিয়ে।
ঘটনাটোৱে অঞ্চলজুৰি কৌতুহল সৃষ্টি কৰিছে ।
মিতু দাস,মিৰ্জা , Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here