ভূমিকম্পই জোকাৰি গ’ল উত্তৰ-পূৱক

0
78

বৃহস্পতিবাৰে দিনৰ প্ৰায় ১.১৬ বজাত মৃদু ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য

অসমৰ লগতে নাগালেণ্ড আৰু মণিপুৰকো জোৰাকি গ’ল ভূমিকম্পই

ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৫.২

ভূমিকম্পৰ অভিকেন্দ্ৰ মণিপুৰৰ সেনাপতি জিলা বুলি জানিব পৰা গৈছে

ভূমিকম্পৰ ফলত কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here