বিজেপিৰ মুখ্য কাৰ্যালয়ত অগপ-বিজেপিৰ যুটীয়া সংবাদমেল

0
45

উপস্থিত আছে অগপ দলৰ নেতা কেশৱ মহন্ত, সভাপতি অতুল বৰা

বিজেপি দলৰ হৈ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু নেডা আহবায়ক হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছক পৰাভূত কৰাৰ বাবে অগপ কৰ্মীক একগোট হ’বলৈ আহ্বান অতুল বৰাৰ

কংগ্ৰেছৰ অপশাসন ৰোধ কৰিবলৈ পূৰ্বেও ৰামধেনু সদৃশ মিত্ৰতা কৰিছিল দুয়ো দলে : অতুল বৰা

দুয়োটা দলৰ মাজত কিছু মত পাৰ্থক্য আছে বুলি স্বীকাৰ অগপ সভাপতিৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিকাশক পৰাম্ভুত কৰিছে বুলি মত প্ৰকাশ অগপ সভাপতিৰ

দেশৰ তথা ৰাজ্যৰ বিকাশক গতি দিবলৈ নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰয়োজন : অগপ সভাপতি

সভাত উপস্থিত থকা বিত্তমন্ত্ৰী তথা নেডাৰ আহবায়ক হিমন্ত বিশ্ব শৰ্মাই কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত বিজেপি দলে পূৰ্বৰ স্থিতত অটল আছে । নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী বনোৱা স্বাৰ্থত সমভাৱাপন্ন ৰাজনৈতিক দলেৰে মিত্ৰতাত মনোনিৱেশ কৰিছে বিজেপি দলে । ১৬ মাৰ্চত অগপৰ প্ৰতিনিধি দলে অমিত শ্বাহক সাক্ষাৎ কৰিব আৰু আসনৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here