প্ৰসংগঃ মোডীৰ শিলচৰ ভ্ৰমণ !এনই ইন্ডিয়াৰ আলোচনা সাংবাদিকেৰে

0
145
বৃহস্পতিবাৰে শিলচৰত নৰেন্দ্র মোডীৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰা পিচতেই এনই ইন্ডিয়াৰ তৰফৰ পৰা  সভাস্থলীতে এটি পেনেল ডিচকাচন অনুষ্ঠিত হয় । আলোচনাত নৰেন্দ্র মোডীৰ ভাষণ সম্পৰ্কত মুকলি বক্তব্য ৰাখে বৰাক উপত্যকাৰ দুই বিশিষ্ট সাংবাদিক বিশ্বজিৎ আচার্য আৰু ৰানু দত্তই। অনুষ্ঠানটোৰ উপস্থাপন আছিল প্রদীপ্ত পুরকায়স্থৰ। সহযোগিতা কৰিছিল ইনপুট এডিটৰ সুমন দাস, ভিডিও জাৰ্ণেলিষ্ট প্রণয় ৰায়, দুই সাংবাদিক শমীন্দ্র পাল আৰু প্রনব মালাকাৰে। নৰেন্দ্ৰ মোডীৰ ভ্ৰমণ তথা ভাষণ সম্পৰ্কত বৰাক উপত্যকাৰ দুই জেষ্ঠ সাংবদিকে কি কলে , জানিবলৈ ক্লিক কৰক —https://youtu.be/sgcHISpe95s?t=2

LEAVE A REPLY

Please enter your comment!
Please enter your name here