পেমা খাণ্ডুৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

0
48

NEWS DESK, NE INDIA: নিৰ্বাচনৰ পূৰ্বে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন হোৱা এক অভিযোগে ৰাজনৈতিক মহলত তীব্র খলকনিৰ সৃষ্টি কৰিছে । অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমাখাণ্ডুৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে । আনহাতে উচ্চতম ন্যায়ালয়ে নিৰ্যাতিতা যুৱতী গৰাকীৰ আবেদন গ্ৰহণ কৰিছে । উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় মহিলা আয়োগতো যুৱতী গৰাকীয়ে পেমা খাণ্ডুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । কিন্তু নিম্ন আদালতৰ ৰায়ৰ ভিত্তিত মহিলা  গৰাকীৰ আবেদন নাকচ কৰিছিল ৰাষ্ট্ৰীয় মহিলা আয়োগে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here