পহিলা বিহুৰ দিনাই কাকপথাৰত দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এজনৰ

0
63

ৰবিবাৰে পহিলা বিহুৰ দিনটোতেই কাকপথাৰত দূৰ্ঘটনাই প্ৰাণ কাঢ়িলে এজনৰ।কাকপথাৰৰ ৰাজহুৱা শ্মশানথলীৰ সমীপৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন মাৰুতি ভানৰ খূণ্ডাত নিহত হয় এজন পথচাৰী ।পথচাৰীজন দপথাৰ মাজগাওঁৰ তৰানাথ কোঁৱৰ (৫৮) বুলি চিনাক্ত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here