তেজপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পদ খালী

0
56

তেজপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ অন্তৰ্গত ৰাজহ বিভাগত ৭ টা খালী পদৰ বাবে আবেদন বিচৰা হৈছে । ৭ টা খালী পদৰ ভিতৰত ৩ টা পদ অসংৰক্ষিত হোৱাৰ পৰিৱৰ্তে ২ টা পদ OBC আৰু ১ টা পদ SC/ST ৰ বাবে সংৰক্ষণ কৰা হৈছে  । আবেদনকাৰীৰ বয়স ১৮ বছৰৰ পৰা ৪৪ বছৰৰ ভিতৰত হ’ব লাগিব । আনহাতে জনজাতিৰ বাবে ৪৯ বছৰ ধাৰ্য্য কৰা হৈছে । আবেদনকাৰী সকল স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কম্পিউটাৰ জ্ঞান থাকিব লাগিব । উল্লেখ্য যে পদ কেইটাৰ বাবে দৰমহা ১৪,০০০ ৰ পৰা ৪৯,০০০ (Grade pay- ৮০০০) টকা প্ৰদান কৰা হব । ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব লাগিব । আবেদন আৰম্ভ হৈছে ১০-০৩-২০১৯ । আবেদনৰ অন্তিম তাৰিখ ২০-০৩-২০১৯ । আনহাতে পপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ১০-০৪-২০৯ ।

আবেদন কৰাৰ নিয়ম :

আবেদনকাৰী সকলে অনলাইন যোগে আবেদন কৰিব লাগিব । আবেদন কৰাৰ পাছত আবেদনকাৰী সকলে যাৱতীয় নথি পত্ৰৰ প্ৰতিলিপি আৰু ৫ টকীয়া ডাক টিকট লগোৱা খামত নিজৰ নাম ঠিকনা লিখি ৩ কপি পাছপৰ্ট ফ’টোসহ ১০ এপ্ৰিলৰ ভিতৰত উল্লেখিত ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব ।

আবেদন পত্ৰ পেৰণ কৰাৰ ঠিকনা :
Deputy commissioner
Sonitpur, Tezpur,
PO : Tezpur
PIN : 784001
Dist. : Sonitpur, Assam

বিজ্ঞাপন পঢ়ক :

LEAVE A REPLY

Please enter your comment!
Please enter your name here