কৰিমগঞ্জ জিলা পৰিষদত অবৈধভাবে দখল কংগ্রেছৰ

0
128
কৰিমগঞ্জ জিলা পৰিষদ অবৈধভাবে দখল কৰিছে কংগ্রেছে । এই দাবী তুলি মঙলবাৰে আমৰণ অনশন আৰম্ভ কৰে বিৰোধীয়ে । জাল শিক্ষাগত চার্টিফিকেট দি সাদাৰাশি-লক্ষীবাজাৰ কেন্দ্রৰ কংগ্রেছী জেডপি সদস্য আব্দুল শুক্কুৰে নির্বাচনত প্রতিদ্বন্দিতা কৰাত ৰবিবাৰে তেওঁক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে । অথচ সোমবাৰে জামিন লৈ আব্দুল শুক্কুৰে জিলা পৰিষদ গঠনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল । এই সন্দৰ্ভত প্রতিবাদ সাব্যস্ত কৰি মঙলবাৰে কৰিমগঞ্জ জিলা পৰিষদৰ কার্যালয়ৰ সন্মুখত আমৰণ অনশন কাৰ্যসূচী হাতত লয় বিৰোধী পক্ষৰ কর্মীসকলে ।
প্রদীপ্ত পুৰকায়স্থ, চাউথ অসম ব্যুৰো, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here