কৃপানাথ মাল্লাৰ প্ৰাৰ্থীত্ব নিশ্চিত ! কৰিমগঞ্জ আসনৰ বাবে আগবঢ়াৱ প্ৰতিদ্বন্দিতা

0
69

 

News desk Ne india : অসম বিধানসভাৰ উপ অধ্যক্ষ তথা ৰাতাবাৰী বিধানসভা সমষ্টিৰ বিধায়ক কৃপানাথ মাল্লাৰ প্ৰাৰ্থীত্ব একপ্ৰকাৰ খাতাং হৈছে । কৰিমগঞ্জ লোকসভা আসনৰ বাবে কৃপানাথ মাল্লাক টিকট প্ৰদান কৰিব দলে । যদিও আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হোৱা নাই তথাপি বিজেপি দলৰ ভিতৰুৱা খৱৰ অনুসৰি কৃপানাথ মাল্লাক দলীয় টিকট প্ৰদানৰ ক্ষেত্ৰত দলে সৰ্বসন্মত সিদ্দ্বান্তত উপনীত হৈছে । ১৬ মাৰ্চত আনুষ্ঠানিক ভাৱে ঘোষিত হব প্ৰাৰ্থী তালিকা । 

LEAVE A REPLY

Please enter your comment!
Please enter your name here