কলিয়াবৰত ৰাজপথত বাগৰিল টাটা ডিয়াই গাড়ী, আহত ৩ জন

0
33
কলিয়াবৰৰ কুঁৱৰীটোলত আজি পুৱাই সংঘটিত হয় এক পথ দুৰ্ঘটনা । বাগৰীৰ পৰা নগাঁও অভিমুখি  টাৱাৰত তেল দিবলৈ আহি থকা    AS 02 BC 3182 নম্বৰৰ টাটা ডিয়াই গাড়ী খনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাই পথতে বাগৰি পৰে   । গাড়ীখনত থকা তেল ভৰ্তি ড্ৰাম কেইটাই গাড়ীৰ পৰা ওলাই ৰাষ্টাৰ কাষতে থকা দোকানৰো ক্ষতিগ্ৰস্ত কৰে ।   গুৰুতৰ ভাবে আহত হোৱা গাড়ীৰ চালক সহ  দুই সহযোগীক ততাতৈয়াকৈ ১০৮ ৰে জখলাবন্ধা অসাময়িক চিকিৎসালয়লৈ প্ৰেৰণ কৰা  হয় । গাড়ীৰ চালক সহ আহত সকল ক্ৰমে জাকিৰ হুছেইন জখলাবন্ধা , জেকি আহমেদ কাঠপাৰা ( ৰূপহী ), আব্দুল আলি জখলাবন্ধা
প্ৰতিবেদক নগাওঁ‌ , Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here