উত্তৰ-পূবৰ মূখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিব গৃহমন্ত্ৰী

0
160

NEWS DESK, NE INDIA:নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ সমগ্র ৰাজ্য তথা উত্তৰ-পূব উত্তাল কৰি ৰখাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে শাসনাধিস্থ চৰকাৰ। গতিকে বিধেয়ক বিৰোদ্ধে হোৱা এই প্ৰতিবাদক কিদৰে নিয়ন্ত্ৰণ কৰিব পৰা যাব এই উদ্দেশ্য আগত ৰাখিয়েই গৃহমন্ত্ৰী ৰাজনাথ সিঙে উত্তৰ-পূবৰ মূখ্যমন্ত্ৰী সকলৰ সৈতে শুক্ৰবাৰে বিয়লি ৩বজাত এক জৰুৰী বৈঠকত মিলিত হ’ব।

উল্লেখ্যযে অসম আৰু ত্ৰিপুৰা চৰকাৰক বাদ দি উত্তৰ-পূবৰ বাকী ৰাজ্য চৰকাৰে বিধেয়ক বিৰোধী স্থিতি গ্ৰহণ কৰিছে। তথ্য অনুসৰি এই বৈঠকৰ জড়িয়তে সিঙে বিধেয়কৰ সপক্ষে মূখ্যমন্ত্ৰীকেইজনৰ সমৰ্থন আদায় কৰিব বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here