ইণ্ডোনেছিয়াৰ বিৰুদ্ধে প্ৰতিযোগিতাত নামিব মণিপুৰৰ ৰঞ্জনা চানু

0
95

Sports desk, ne india : ভাৰতীয় মহিলা ফুটবললৈ নিৰ্বাচিত হৈছে মণিপুৰৰ প্ৰতিভাৱান ফুটবলাৰ ৰঞ্জনা চানু। এক টুইটৰ যোগে আছাম ৰাইফলছে এই কথা জনিবলৈ দিছে । আছাম ৰাইফলছৰ হৈ খেলা চানুক ইণ্ডোনেছিয়াৰ বিৰুদ্ধে খেলিবলগীয়া মেছৰ বাবে ভাৰতীয় দলত  অন্তৰ্ভুক্ত কৰা হৈছে । যিয়ে চানুৰ লগতে মণিপুৰৰ ক্ৰীড়া ক্ষেত্ৰলৈ এক সুখবৰ কঢ়িয়াই আনিছে।
উল্লেখ্য যে চানুৱে ইয়াৰ পূৰ্বে ম্যানমাৰত অনুষ্ঠিত হোৱা এ এফ চি উইমেন অলিম্পিকছ কোৱালিফায়িং টুৰ্নামেণ্টৰ প্ৰথম ৰাউণ্ডত ভাৰতীয় দলৰ হৈ অংশ লৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here