ইটানগৰৰ জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

0
160

ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্কৰ বিশাল জনসভাত অংশগ্ৰহণ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

জনসভাত স্থানীয় নিচি উপভাষাতে জনসাধাৰণক সম্বোধন কৰে মোদীয়ে

কেইবাটাও অভিলাষী প্ৰকল্পৰ ঘোষণা মোদীৰ

অৰুণাচলৰ যোগাযোগ আৰু শক্তিখণ্ডত বিপুল পৰিবৰ্তন সাধন কৰিব বুলি উল্লেখ কৰে মোদীয়ে

ছেলা সুৰংগৰ আধাৰশিলা স্থাপন কৰাৰ লগতে অৰুণপ্ৰভা নামৰ দূৰদৰ্শন চেনেলটোৰ উদ্বোধন কৰে মোদীয়ে

 অৰুণাচলৰ হলোংগী গ্ৰীণফিল্ড বিমান বন্দৰৰ আধাৰশিলা স্থাপনৰ লগতে অৰুণাচলৰ জাটেত নিৰ্মাণ হ’বলগীয়া ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে

LEAVE A REPLY

Please enter your comment!
Please enter your name here