আৰ পি OUT

0
50

বিজেপি ত্যাগ আৰ পি শৰ্মাৰ

বিজেপিৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিলে আৰ পি শৰ্মাই

বিজেপিৰে ২৯ বছৰীয়া সম্পৰ্ক ত্যাগ কৰিলে শৰ্মাই

ছ’চিয়েল মিডিয়াৰ যোগে পদত্যাগ ঘোষণা শৰ্মাৰ

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীত্ব পেনেলত অন্তৰ্ভুক্ত হোৱা নাছিল আৰ পি শৰ্মাৰ নাম

বিজেপিয়ে তেজপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্বৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নাম অন্তৰ্ভুক্ত কৰিছিল

প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ এই সিদ্ধান্ত শৰ্মাৰ

দল ত্যাগ কৰি আৰ পিয়ে জীৱনৰ শেষ সময়লৈকে ৰাইজৰ হকে কাম কৰি যাব বুলি উল্লেখ কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here