পাকিস্তানী মন্ত্ৰীৰ হঠকাৰী মন্তব্য

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ পাছত এইবাৰ ভাৰতক হুংকাৰ পাকিস্তানৰ ৰে'ল মন্ত্ৰীৰ ছ'চিয়েল মিডিয়াত এক ভিডিঅ' যোগে ভাৰতক  হুংকাৰ শ্বেখ ৰাচিদ আহমদৰ যদি কোনোৱে পাকিস্তানলৈ চকু তুলি চাই সেই চকু উলিয়াই নিয়া হ'ব : ৰাচিদ আহমদ শান্তিয়ে হওক বা যুদ্ধই  হওক, ৰাষ্ট্ৰই ইমৰান খানৰ লগত থিয় দিবলৈ সাজু : ৰাচিদ আহমদ

পুলৱামা আক্ৰমণৰ চাঞ্চল্যকৰ তথ্য

পুলৱামা আক্ৰমণত ব্যৱহাৰ হৈছিল ২৫ৰ পৰা ৩০ কিলো RDX প্লাষ্টিকৰ পাত্ৰত ৰখা হৈছিল RDX  ৩-৪ দিনত তৈয়াৰ কৰা হৈছিল বিস্ফোৰক কিট বিস্ফোৰকৰ চুইছ , গাড়ীৰ ষ্ট্ৰেৰিঙৰ কাষত আছিল পুলৱামাত উপস্থিত হোৱা NIA(national investigation agency) ৰ তথ্য  NIAৰ ১২ জনীয়া দলৰ অনুসন্ধান অব্যাহত আছে

অনিল আম্বানীলৈ উচ্চতম ন্যায়লয়ৰ নিৰ্দেশনা 

এৰিক্সন কোম্পানীক ৪৫৩ কোটি টকা ঘূৰাই দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ৪ সপ্তাহৰ ভিতৰত কোম্পানীক ঘূৰাই দিব লাগিব টকা টকা ঘূৰাই নিদিলে ৩ মাহৰ ভিতৰত আম্বানীক জেললৈ প্ৰেৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ অনিল অম্বানীৰ RCom কোম্পানীয়ে এৰিক্সনক ৫৫০ কোটি টকা ঘূৰাই নিদিয়াত ন্যায়ালয়ৰ কাষ চাপিছিল এৰিক্সন ১৫ ডিচেম্বৰৰ ভিতৰত ঘূৰাব লাগিছিল টকা ন্যায়ালয়ৰ নিৰ্দেশনা অবমাননাত আম্বানী গ্ৰুপৰ ২ ডাইৰেক্টৰ দোষী সাব্যস্ত

বাংগালুৰুৰ এয়াৰ শ্ব’ৰ অনুশীলনত অঘটন

বাংগালুৰুৰ এয়াৰ শ্ব'ৰ অনুশীলনত অঘটন এয়াৰ শ্ব'ৰ অনুশীলনৰ সময়তে বিমানত অঘটন এছিয়াৰ সবাতোকৈ বৃহৎ এয়াৰ শ্ব' য়েলাহংকাত চলি থকা এয়াৰ শ্ব'ত এই ঘটনা সোভাগ্যক্ৰমে ৰক্ষা পৰে দুয়োজন পাইলট বাংগালুৰুত দুখন এয়াৰক্ৰাফ্টৰ সংঘৰ্ষ বুধবাৰৰ পৰা হ'বলগীয়া আছে এছিয়াৰ বৃহৎ এয়াৰ শ্ব'

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল – ডিজেলৰ মূল্য

NEWS DESK, NE INDIA: পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । সোমবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'লত ১৬ পইচাৰ বৃদ্ধিৰ পৰিবৰ্তে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ১৪ পইচা । বৰ্তমান গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৭০.৪০ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৬.৫৭ টকা । তদুপৰি দিল্লীতো সোমবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত ১৫ পইচা বৃদ্ধি হোৱাৰ পৰিবৰ্তে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি...

ভাৰতত নিষিদ্ধ পাকিস্তানী শিল্পী

ভাৰতত পাকিস্তানী শিল্পী নিষেধাঞ্জা জাৰি অল ইণ্ডিয়ান চিনে ওৰ্ৱাৰ্কাছ এচ'ছিয়েচনৰ ভাৰতীয় চিনেমাত নিষিদ্ধ পাকিস্তানী গায়ক-অভিনেতা পাকিস্তানী শিল্পীৰ লগত কাম কৰা প্ৰতিষ্ঠানৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব AICWA এ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সিদ্ধান্ত AICWA ৰ

প্ৰসংগ : নৱজোৎ সিং সিদ্ধুৰ মন্তব্য ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি পঞ্জাৱ বিধান সভাত

পাকিস্তানক লৈ নৱজোৎ সিং সিদ্ধুৱে কৰা মন্তব্যক লৈ সোমবাৰে পঞ্জাৱ বিধান সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ পুলৱামা আক্ৰমণৰ পিছত চৰকাৰে পাকিস্তানৰ সৈতে আলোচনাত মিলিত হ'ব লাগে বুলি মন্তব্য কৰিছিল সিদ্ধুৱে সিদ্ধুৱে মন্তব্য কৰিছিল, 'সন্ত্ৰাসবাদীৰ কোনো জাতি-ধৰ্ম নাই । ইয়াৰ বাবে গোটেই দেশক দোষাৰোপ কৰিব নোৱাৰি' সিদ্ধুৰ মন্তব্যৰ পিছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ দেশৰ লগতে ছ'চিয়েল মিডিয়াত মন্তব্যৰ পাছত জনপ্ৰিয় টিভি শ্ব' 'দ্য...

ধৰাশায়ী হ’ল দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আব্দুল ৰাচিদ গাজী

সেনাৰ গুলীত ধৰাশায়ী পুলৱামা আক্ৰমণৰ মূল খলনায়ক J&K ত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত সেনাৰ গুলীত নিহত দুজনকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী খবৰ অনুসৰি সেনাৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ মূল খলনায়ক পুলৱামা আক্ৰমণৰ মূল খলনায়ক আছিল আব্দুল ৰাচিদ গাজী CRPFৰ কনভয়ত আক্ৰমণৰ মূল পৰিকল্পনাকাৰী আছিল ৰাচিদ গাজী

পুলৱামা আক্ৰমণৰ মাষ্টৰমাইণ্ড কামৰান নিহত

প্ৰসংগ : জন্মু-কাশ্মীৰ সংঘৰ্ষ পুলৱামাত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সংঘৰ্ষত ২ জন সন্ত্ৰাসবাদী নিহত খবৰ খবৰ অনুসৰি সংঘৰ্ষত জৈচ কমাণ্ডাৰ কামৰান নিহত পুলৱামা আক্ৰমণৰ মাষ্টৰমাইণ্ড আছিল কামৰান

J&K সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ

জন্মু-কাশ্মীৰত পুনৰ শ্বহীদ ৪ ভাৰতীয় জোৱান J&K সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ দক্ষিণ কাশ্মীৰৰ পিংগলান অঞ্চলত ৩-৪ জনীয়া সন্ত্ৰাসবাদীৰ দল আত্মগোপন কৰাৰ সন্দেহ সংঘৰ্ষত সেনাৰ এজন মেজৰসহ শ্বহীদ ৪ ভাৰতীয় জোৱান পুলৱামাত বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা