Home বাস্তুজ্ঞান

বাস্তুজ্ঞান

শুৱনি কোঠাৰ স্থানক লৈ কোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি?

  আপোনাৰ শুৱনি কোঠা কোন স্থানত আছে৷ শুৱনি কোঠাৰ স্থানক লৈ কোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি? কোঠাৰ বিচনা খন কোন স্থানত ৰাখিব? শুৱনি কোঠাৰ কোন দিশত গা-ধুৱা ঘৰটো স্থাপন কৰিব৷ আপোনাৰ কাপোৰৰ আলমিৰাটো কোন ঠাইত ৰাখিব৷ আইনা খন কোনদিশত ৰাখিব? এনেধৰণৰ প্ৰশ্নৰ উত্তৰ জানিবৰ বাবে প্ৰত্যক্ষ কৰক NE INDIA,ৰ এক বিশেষ অনুষ্ঠান শ্ৰৱণ কুমাৰ চাংগেনেৰীয়াৰ সৈতে৷ https://youtu.be/5os0AlSthoI?t=14

আপুনি ৰান্ধনীঘৰ নিৰ্মাণৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে নেকি?

  NE INDIA: আপুনি ৰান্ধনীঘৰ নিৰ্মাণৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে নেকি? কেনেদৰে আপুনি ৰান্ধনীঘৰটো  সজাই তুলিব৷ ৰান্ধনীঘৰৰ সামগ্ৰী সমূহ কোন কোন ঠাইত থব ৷ আপোনাৰ ফ্ৰীজটো কোন ঠাইত ৰাখিব, গা-ধুৱা ঘৰতো ৰান্ধনীশালৰ কাষত ৰাখিবনে? খিৰিকীখন কোনফালে ৰাখিব? গেছৰ চুলাটো কোন দিশত ৰাখিব? এনেধৰণৰ প্ৰশ্নৰ উত্তৰৰ সবিশেষ জানিবলৈ যোগাযোগ কৰক শ্ৰৱন কুমাৰ চাংগেনেৰীয়াৰ সৈতে৷ NE INDIAৰ বিশেষ অনুষ্ঠান "বাস্তুজ্ঞান"ৰ জৰিয়তে আপোনাৰ...

পুজাঘৰ কোন দিশে স্থাপন কৰিব , জানিবলৈ চাওক “বাস্তু জ্ঞান”

NE INDIA: আপোনাৰ ঘৰৰ পুজাঘৰ,মন্দিৰ বা থাপনা ঘৰৰ কোনদিশে স্থাপন কৰিব?পূব দিশে স্থাপন কৰিব নে পশ্চিম দিশে কৰিব?উত্তৰ দিশে বা দক্ষিণ দিশে কৰিলে কেনে প্ৰভাৱ পৰিব?দুৰ্গা বা শিৱ মুৰ্তি কোন দিশে স্থাপন কৰিব । থাপনাত মাটিৰ চাকি কোন দিশে জ্বলাব?যদি আপুনি পূৱ দিশে পুজাঘৰ স্থাপন কৰে তেতিয়াহ'লে আপোনাৰ পৰিয়ালৰ বা সন্তানৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?আপোনাৰ সন্তান,মাতৃ,পত্নী বা পৰিয়ালৰ স্বাস্থ্যৰ ক্ষেত্ৰত...

বাস্তু অনুসৰি নিৰ্মাণ কৰক নিজৰ ভৱিষ্যত

আপুনি বাৰু আপোনাৰ পদূলিৰ মুখ্য দূৱাৰ খন কোন দিশত স্থাপন কৰিব লাগে জানেনে? কেনেদৰে আপোনালোকে নিজৰ পদূলিৰ বেৰসমূহ নিৰ্মাণ কৰিলে নিজৰ লগতে আপোনালোকৰ সন্তানে সুখী জীৱন অতিৱাহিত কৰিব পাৰিব? কোন দিশত পানীৰ কুঁৱা আৰু বৰিং স্থাপন কৰিলে অাপোনালোকে শুভ ফল লাভ কৰিব? ঘৰৰ বিদ্যুত সামগ্ৰী সমূহ যেনে- ট্ৰানছফৰ্মাৰ,বিদ্যুত সংযোগী চুইছ আদি কোন দিশত স্থাপন কৰিব? শৌচাগাৰ কোন দিশত স্থাপন কৰিব লাগে আপোনালোকে বাৰু...

ক্ৰয় কৰা ভূমিৰ মূল প্ৰৱেশ পথ কোন দিশত স্থাপন কৰিব

  আপুনি বাৰু ভূমি ক্ৰয় কৰিছে নেকি? আপোনাৰ ঘৰৰ বা ব্যৱসায় প্ৰতিস্থানৰ বাবে ক্ৰয় কৰা ভূমিৰ মূল প্ৰৱেশ পথ কোন দিশত স্থাপন কৰিব, সেই বিষয়ে সবিশেষ জানিবলৈ প্ৰত্যক্ষ কৰক NE INDIA,ৰ বিশেষ অনুষ্ঠান বাস্তুজ্ঞান৷ আপোনাৰ এই বিষয়ত যিকোনো অসুবিধা আৰু  প্ৰশ্ন NE INDIA,ৰ ই-মেইল= neindianews29@gmail.com লৈয়ো প্ৰেৰণ কৰিব পাৰে৷ https://youtu.be/6-i5ownMcEQ

শ্ৰৱণ কুমাৰ চাংগনেৰীয়াৰ সৈতে “বাস্ত জ্ঞান”

                                                   "বাস্ত জ্ঞান" আমাৰ সকলোৰে সপোনৰ ঘৰখন কেনেদৰে সাজিম ৷ আপুনি গৃহ নিৰ্মাণ কৰিবলৈ কেনেধৰণৰ ভূমি নিৰ্বাচন কৰিব ৷ কেনেধৰণৰ ভূমিত গৃহ নিৰ্মাণ কৰিলে উন্নতি হ’ব আপোনাৰ ৷ সেই সমগ্ৰ তথ্য সম্পৰ্কে, আমি আপোনাক জনাম ৷...

আহি আছে NE INDIAৰ নতুন শিতান “বাস্তুজ্ঞান”

প্ৰত্যেকজন ব্যক্তিৰে এখন সুন্দৰ ঘৰ সজাৰ সপোন থাকে ৷ আপোনাৰো নিশ্চয় এটা সপোন আছে, এখন সুন্দৰ ঘৰ সজাৰ৷ চিন্তা নকৰিব, আমি সহায় কৰিম আপোনালোকক৷আহি আছে NE INDIAৰ নতুন শিতান "বাস্তুজ্ঞান"৷  "বাস্তুজ্ঞান" ৰ জৰিয়তে আপুনি জানিব পাৰিব  আপোনাৰ ঘৰৰ ড্ৰয়িং ৰুম,বেডৰূম,পাকঘৰ কোন দিশত হ’ব ৷ অন্যহাতে, ড্ৰয়িং ৰূমৰ কোন দিশত আপুনি মাছৰ একুৰিয়াম ৰাখিব ৷ লাফিং বুদ্ধই আপোনাৰ ঘৰখনৰ উন্নতিত কেনেধৰণে...