ৰেবতী ফুকন কত ???

    ৰেবতী ফুকন কত ??? News desk neindia :ৰেবতী ফুুকন কত আছে ??এই লৈ অন্তহীন প্ৰশ্ন ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ত বন্ধ খামত ৷ অসম চৰকাৰৰ তৰফৰ পৰা ৰেৱতী ফুুকন সন্দৰ্ভত স্থিতি স্পষ্ট কৰি দিয়া হৈছে যদিও সেই তথ্য এতিয়ালৈ পোহৰলৈ অহা নাই ৷ কিন্তু চোৰাংচোৱা সংস্থাই তেওঁলোকৰ জিন্মাত ৰেৱতী ফুকন নাই বুলি ইতিমধ্যে স্পষ্ট কৰিছে ৷ সেইদৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা NIA ও...

NRC ক লৈ ষড়যন্ত্ৰ

NRC ক লৈ ষড়যন্ত্ৰ news desk ne india : এইবাৰ NRC ক লৈ আন্তঃজাতিক পৰ্যায়ত সৃষ্টি হৈছে নতুন ষড়যন্ত্ৰ ৷ আন্তঃজাতিক  পৰ্যায়ত নেতিবাচক প্ৰচাৰেৰে সমগ্ৰ প্ৰক্ৰিয়াটোকে ব্যাঘাত জন্মাব বিচৰা হৈছে ৷ NRC ৰ খচৰা প্ৰকাশৰ দিন সমাগত হৈ অহাৰ লগে লগে এই সমগ্ৰ প্ৰক্ৰিয়াটোত বিঘিনি ঘটাবলৈ এটা চক্ৰ উঠি পৰি লাগিছে ৷বিশেষকৈ মঙ্গলবাৰৰ পৰা আন্তঃজাতিক পৰ্যায়ত ছ’চিয়েল মিডিয়াত এনে ধৰণৰ নেতিবাচক...

হাইলাকান্দিত ৰথ যাত্ৰা

    হাইলাকান্দিত ৰথ যাত্ৰা প্ৰতিকুল বতৰ ,বতাহ ধুমুহা, জৰাজীৰ্ণ পথ আদিও জগন্নাথ দেৱৰ দ্বিতীয় দিনাৰ ৰথযাত্ৰাৰ উচাহক ম্লান পৰিব নিদিলে । দেওবাৰে পাথাৰকান্দিৰ তিনিখোলাত উখল মাখল পৰিবেশৰ মাজেৰে সম্পন্ন হল জগন্নাথ দেৱৰ ৰথযাত্ৰা । ৰথযাত্ৰা উপলক্ষে হাজাৰ হাজাৰ জনতাৰ সমাগম হয় অসম ত্ৰিপুৰা সংযোগী ৮ নং ঘাইপথত । স্তব্ধ হৈ পৰে ঘাইপথ । প্ৰথমে প্ৰখৰ ৰদ , পিচত বতাহ ধুমুহা বৰষুণে...

কংগ্ৰেছৰ ” বুথ চলো” অভিযান

      কংগ্ৰেছৰ " বুথ চলো" অভিযান কাটিগড়া সমষ্টিত কংগ্ৰেছ দলৰ "বুথ চলো" অভিযানত এ আই ইউ ডি এফ দলক সমালোচনা কৰে নেতাসকলে । কয়লা কেলেংকাৰী বিযয়েও আগস্থান লাভ কৰে । আজিকোপতি উন্নয়নৰ মুখ নেদেখিলে সমষ্টিটোৱে । কুৰকুৰি গাওঁ‌ পঞ্চায়তৰ দুৰ্দশাক লৈ প্ৰশ্ন উত্থাপন কৰে স্থানীয় ৰাইজে ।   বিগত কাৰ্যকালৰ পঞ্চায়ত সভাপতি মহেশ ৰায়ৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টোৱাই। যোগাযোগ , খোৱা পানীৰ সমস্যা...

মন্দিৰ নিৰ্মাণৰ বাবে আগবাঢ়ি আহিল বিধায়ক

    মন্দিৰ নিৰ্মাণৰ বাবে আগবাঢ়ি আহিল বিধায়ক হাটীচোৰা গাওঁ‌ পঞ্চায়ত অধীনৰ বষ্টিলাহা অঞ্চল । বেছ কিছুদিনৰ পৰা কৌতুহল কেন্দ্ৰবিন্দু হৈ পৰিছে এই অঞ্চল । বাষ্টিলাহাৰ এটুকুৰা বিশেষ অঞ্চললৈ প্ৰতিদিনে এডাল সাপৰ আভিৰ্ভাৱ হয় আৰু কিছু সময় পিচতে সাপডাল আতৰি যায় । সাপডালৰ আগমণ কাৰণ কি সেয়া এতিয়াও উৎঘাটন হোৱা নাই । কিন্ত আস্থাত বিশ্বাসী গাওঁ‌বাসীয়ে এই অঞ্চলত এটি মন্দিৰ সজাৰ বাবে...

বঙাইগাওঁ‌ত তীৰ খেলৰ মুকলি বেহা 

    বঙাইগাওঁ‌ত তীৰ খেলৰ মুকলি বেহা  বঙাইগাওঁ‌ৰ অলিয়ে গলিয়ে চলিছে অবৈধ তীৰ খেলৰ মুকলি বেহা । একাংশ পানদোকান , চাহ দোকানত মুকলিকৈ বিক্ৰি হৈছে , তীৰ খেলৰ টিকট । সহজ ধন লাভৰ আশাত এই অবৈধ জুৱাৰ কৰাল গ্ৰাসত পৰিছে শিশুৰ পৰা বৃদ্ধলৈ , আনকি মহিলা ও গ্ৰাসত পৰিছে তীৰ খেলৰ । ক্ৰমে কেন্সাৰৰ দৰে গ্ৰাস কৰি গৈছে  সমাজ ব্যৱস্থাক ।   আচৰিত কথা...

অসমলৈ আগমণ হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাড়িয়া

    অসমলৈ আগমণ হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাড়িয়া News desk ne india:আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি ডাঃ প্ৰবীণ ভাই টোগাড়িয়াৰ অসমলৈ আগমণ ৷ প্ৰশাসনৰ বাধা সত্বেও কাইলৈ অৰ্থাৎ ১৮ জুলাইত অসমলৈ আহিব প্ৰবীণ টোগাড়িয়া ৷ কাইলৈ অৰ্থাৎ ১৮ জুলাইত পুৱা দহ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব প্ৰবীণ টোগাড়িয়া ৷ ইয়াৰ পিছত প্ৰবীণ টোগাড়িয়াই কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে উগ্ৰতাৰা মন্দিৰো দৰ্শন কৰিব...

প্ৰসংগ : কয়লা কেলেংকাৰী । কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে , মন্তব্য অমৰ চাঁ‌দ জৈনৰ

    প্ৰসংগ : কয়লা কেলেংকাৰী । কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে , মন্তব্য অমৰ চাঁ‌দ জৈনৰ বৰাক উপাত্যকাৰ কয়লা কেলেংকাৰীয়ে চৰকাৰ তথা প্ৰশাসনীয় স্তৰত জোকাঁ‌ৰণি তুলিছে । ধৃত কয়লা মাফিয়া আব্দুল আহাদৰ বাসভৱনৰ পৰা উদ্ধাৰ কৰা নথিত বহু ৰাজনৈতিক নেতা ,প্ৰশাসনৰ বৰমুৰীয়াৰ নাম সন্নিবিষ্ট আছে ।   স্বাভাৱিক ভাবেই সন্দেহৰ আঙুলি উঠিছে উক্ত নেতা ,বিযয়া সকললৈ । এই পৰিস্থিতিৰ সম্পুৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে কংগ্ৰেছ...

ডি এচ পি কবিতা দাস ৰাজসাক্ষী হোৱাৰ সম্ভাৱনা

    ডি এচ পি কবিতা দাস ৰাজসাক্ষী হোৱাৰ সম্ভাৱনা News desk neindia ১৮ জুলাইত ১৯ জনকৈ ৰাজ পত্ৰিত বিষয়াক হস্তাক্ষৰ নমুনা কৰণৰ বাবে এ পি এচ ই কেলেংকাৰী তদন্তকাৰী বিষয়াই চমন দিয়াৰ পিছত আৰু কেইবাগৰাকীও ৰাজপত্ৰিত বিষয়া তদন্তৰ আওঁতাত সোমোৱাৰ সম্ভাৱনা আছে ৷ বৰ্তমান ডিব্ৰুগড় সদৰত নিয়োজিত এ পি এছ বিষয়া কবিতা দাস এই কেলেংকাৰীৰ আন এগৰাকী ৰাজসাক্ষী হোৱাৰ সম্ভাৱনা আছে...

ৰাজ্য চৰকাৰৰ শ্ৰুতলিপিত হৈছে NRCৰ কাম ! ৰিপুন বৰাৰ অভিযোগ

    ৰিপুন বৰাৰ অভিযোগ ৰাজ্য চৰকাৰৰ শ্ৰুতলিপিত হৈছে NRCৰ কাম news desk Ne india :এন আৰ চিৰ কাম এতিয়া ৰাজ্যখনত ৰাজ্যচৰকাৰৰ শ্ৰুতলিপি মতে অব্যাহত আছে ৷ আনকি এক বিশেষ সম্প্ৰদায়ৰ নাম কৰ্তন কৰাৰ দৰে ঘটনাও ঘটিছে ৷ যি বিলাক অঞ্চলত সংখ্যাগুৰু আৰু সংখ্যা লঘুৰ অনুপাত সমান তেনে অঞ্চলত সংখ্যালঘু লোকৰ নাম কৰ্তন কৰাৰো ষড়যন্ত চলা বুলি গুৰুতৰ অভিযোগ কৰিছে প্ৰদেশ কংগ্ৰেছৰ...