অসম গ্রামীণ বিকাশ বেংক গুমড়া শাখাই গ্রাহক ভোগাইছে দুৰ্ভোগ

0
102
অসম গ্রামীণ বিকাশ বেংক গুমড়া শাখা। এই শাখাৰ গ্রাহক সকলে চৰম দুর্ভোগ ভোগাইছে  শাখাটোৰ মেনেজাৰ দুর্গেশ্বৰ দাসে। দাসে কর্মী নথাকাৰ অজুহাত দেখুৱাই প্রতিদিনে গ্রাহক সকলক ব্যতিব্যস্ত কৰি আহিছে। বিশেষকৈ গ্রামোন্নয়নৰ ক্ষেত্রত মেনেজাৰ দাসে দুখীয়া জনতাক দুৰ্ভোগ ভোগাইছে। এই অভিযোগৰ ক্ষেত্ৰত কালাইনৰ বিডিও আবুল হুচেইনে সোমবাৰে বেংকত  উপস্থিত হৈ  হিতাধিকাৰী সকলৰ ধন সংশ্লিষ্ট একাউন্টত জমা কৰাৰ নির্দেশ দিয়ে। তথা প্রয়োজন সাপেক্ষে গুমড়া বেংকৰ পৰা কালাইন ব্লকৰ একাউন্ট উঠাই নিয়া হব বুলিও জনাই। 
প্রতিবেদক, কাটিগড়া, Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here