লাডেনৰ সন্ত্ৰাসত  উদ্বিগ্ন গোৱালপাৰাবাসী

0
270
NE INDIA: গোৱালপাৰাত পুনৰ লাডেনৰ সন্ত্ৰাস ৷ শুক্ৰবাৰে নিশা লাডেনে হত্যা কৰিলে দুজন ব্যক্তিক ৷ লাডেনৰ গচকত প্ৰাণ গ’ল দুই মাতৃ-পুত্ৰৰ । নিহত দুগৰাকীক গোৱালপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ডুবাপাৰা উদয়পুৰৰ  ৰস্মিলা থাপা (২৬) আৰু তেওঁৰ দুবছৰীয়া পুত্ৰ কিৰণ মগৰ ৷ উল্লেখ্য যে , মাতৃ-পুত্ৰক হত্যা কৰাৰ পাছতে লাডেনে লণ্ডভণ্ড কৰিছিল পৰিয়ালটোৰ লগতে চুবুৰীয়াৰ কেইবাটাও বাসগৃহ। কিছুদিনৰ পাছত পুনৰ লাডেনৰ এই হত্যালীলাত সন্ত্ৰাসিত হৈ পৰিছে গোৱালপাৰা জিলাবাসী ৰাইজ ।
ৰপ্তাৰুল ইছলাম,গোৱালপাৰা, Neindia News

LEAVE A REPLY

Please enter your comment!
Please enter your name here