মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ সভা বৰ্জন কৰিলে বিধায়ক নিজামউদ্দিনে

0
71
অসমৰ শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ সভা বৰ্জন কৰি হাইলাকান্দি জিলা প্রশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আলগাপুৰৰ বিধায়ক নিজামউদ্দিন চৌধুৰীয়ে ।
মন্ত্রীৰ সভাত আমন্ত্রণ জনাই তেওঁক মঞ্চ উঠাত বাধা দি চৰম অমপান কৰা হৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে । এইক্ষেত্রত হাইলাকান্দিৰ ডিডিসি অমলেন্দু ৰায় জড়িত বুলি এআইইউডিএফ দলৰ পক্ষৰ পৰা অভিযোগ কৰা হৈছে ।
প্রদীপ্ত পুৰকায়স্থ, চাউথ অসম ব্যুৰো, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here