বৰমাত এবছুৰ জোঁৰ লৈ সমদল

0
40

বৰমাত ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিৰুদ্ধে মঙ্গলবাৰে সন্ধিয়া এবছুয়ে এক জোঁৰ সমদল প্ৰতিবাদ কাৰ্যসূচীৰ ৰূপায়ণ কৰে । এবছুৰ সদস্য সকলে “বিজেপি হায় হায়”, “ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক”, “বিজেপি হাটাওক জনজাতি বচাওক”, “সৰ্বানন্দ সণোৱাল হায় হায়” আদি শ্লোগানৰে উত্তাল কৰি তোলে ৷

জোঁৰ সমদল উদ্ধোধন কৰে বৰমা এবছুৰ প্ৰাক্তন সম্পাদক কনক বড়োৱে ৷

দিলীপ কুমাৰ বড়ো,বৰমা,NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here