বাইহাটাত নাগৰিক মঞ্চৰ উদ্যোগত জোৰ সমদল

0
35
ৰাজ্যত অৱ্যাহত আছে  নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত  প্ৰতিবাদ ।বাইহাটা চাৰিআলিৰ বিহদিয়াত নাগৰিক মঞ্চৰ উদ্যোগত জোৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰে। প্ৰায় শতাধিক পুৰুষ মহিলাই অংশ গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত।বি জে পি হাই হাই, সৰ্বানন্দ সোনোৱাল মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ আদি শ্ল’গানেৰে আকাশ বতাহ কপাঁ‌ই তোলে প্ৰতিবাদী দলটোয়ে ।
ভগদত্ত ডেকা, বাইহাটা , Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here