পৰীক্ষাৰ্থীৰ ৰূপত স্বৰ্ণকন্যা হিমা দাস

0
41
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱ কঢ়িয়াই অনা স্বৰ্ণকন্যা হিমা দাস এইবাৰ অৱতীৰ্ণ হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত । মঙলবাৰৰ পৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে হিমা দাস ।
স্কুলৰ ইউনিফৰ্ম পিন্ধি পিঠিত বেগ লৈ ধিং মহাবিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰত হিমা দাস । উল্লেখ্য যে হিমাৰ পৰিয়ালৰ লগতে ৰাইজৰ আশা হিমাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ উজলাব অঞ্চলটোৰ নাম ৷
ডেইজী দাস হাজৰিকা, নগাঁও, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here