দিল্লীৰ অৰ্পিত হোটেলত বিধ্বংসী অগ্নিকাণ্ড
দিল্লীৰ কৰোল বাগস্থিত অৰ্পিত হোটেলত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড
অগ্নিকাণ্ডত নিহতৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি
শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত
পূৱতি নিশা ৪ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ
বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান
২৬ খন অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই