জাল চার্টিফিকেট: কৰিমগঞ্জত গ্রেপ্তাৰ কংগ্রেছী জিলা পৰিষদৰ সদস্য

0
110
জাল শিক্ষাগত চার্টিফিকেট জমা দিয়ে পঞ্চায়ত নির্বাচনত অংশগ্রহণ কৰাৰ অপৰাধত গ্রেপ্তাৰ হয় এজন কংগ্রেছী জিলা পৰিষদৰ সদস্য । তেওঁ কৰিমগঞ্জ জিলাৰ সাদাৰাশি লক্ষীবাজাৰৰ জেডপি আব্দুল সুক্কুৰ । জানিব পৰা মতে আব্দুল শুক্কুৰ নিজেৰ শিক্ষাগত যোগ্যতাৰ এক জাল চার্টিফিকেট জমা দি বিগত পঞ্চায়ত নির্বাচনত প্রতিদ্বন্দিতা কৰিছিল । কিছুদিন পূৰ্বে এক অভিযোগেৰ পৰিপ্রেক্ষিতত তদন্তক্রমে কৰিমগঞ্জ আৰক্ষীয়ে সোমবাৰে আব্দুলক গ্রেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে ।
প্রদীপ্ত পুৰকায়স্থ, চাউথ অসম ব্যুৰো, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here