জনজাতিকৰণৰ বিৰোধিতা অসমৰ জনগোষ্ঠীয় সংগঠনৰ

0
38
অসমৰ ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ বিৰোধিতা কৰে । টাই আহোম, চুতীয়া, কোচ-ৰাজবংশী, মৰাণ, মটক আৰু চাহ জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত উত্থাপন কৰা বিধেয়কখন শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায় ।
বাগছা জিলাৰ মুছলপুৰত পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ এই ১২ ঘন্টীয়া অনশন কাৰ্যসূচী হাতত লৈছে । এই কাৰ্যসূচীত অংশগ্ৰহণ বাগছা জিলা ট্ৰাইবেল সংঘ, এবছু, ৰাভা ছাত্ৰ সন্থা, বৰ্মন কছাৰী জাতীয় পৰিষদ, মদাহী ছাত্ৰ সন্থা আৰু শৰণীয়া ছাত্ৰ সন্থাই ৷ বিধেয়কখন বাতিল নকৰিলে ৰাজপথলৈ ওলোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷
দিলীপ কুমাৰ বড়ো, বৰমা, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here