গুৱাহাটি মেডিকেল কলেজ হস্পিটলত বিগত কিছু দিন ধৰি চিকিৎসাধীন হৈ থকা বিক্রমপুৰ M.E. স্কুলৰ প্রাক্তন প্রধান শিক্ষক গোবিন্দ সিনহাই শেষ নিশ্বাস ত্যাগ কৰে । মঙলবাৰে দুপুৰীয়া প্ৰায় ২ বজাত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় বিক্রমপুৰ স্থিত নিজ বাসভৱনত।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ। মৃত্যুৰ সময়ত তেওঁ এৰি গৈছে ৩ পুত্ৰ এগৰাকী কন্যা , নাতি-নাতনি সহ আসংখ্য গুনমুগ্ধ । বিশিষ্ট নাট্য অভিনেতা, যাত্রা শিল্পী তথা কৃতি শিক্ষক শ্রী গোবিন্দ সিংহৰ পৰলোকপ্ৰাপ্তিত অঞ্চলজুৰি নামিছে শোকৰ ছাঁ ।
বি এম শূক্লবৈদ্য , বিহাড়া , Ne india